• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে চুতীয়া ছাত্ৰ সন্থাৰ ২৪ ঘন্টীয়া অনশন

ফাৰহানা আহমেদ by ফাৰহানা আহমেদ
December 31, 2019 7:10 am
Story-10-8-1140x570

লখিমপুৰত বিভিন্ন কা বিৰোধী প্ৰতিবাদৰ দৃশ্য। ফটো : নৰ্থইষ্ট নাও

880
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাই নাগৰিকত্ব সংশোধনী আইন বা কা ৰ বিৰুদ্ধে সোমবাৰে উত্তৰ লখিমপুৰত ২৪ ঘন্টীয়া অনশন কাৰ্যসূচী আৰম্ভ কৰে।

চুতীয়া ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাই আয়োজন কৰা অনশন কাৰ্যসূচী দুপৰীয়া ১২ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আৰম্ভ হয়।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সদস্যৰ উপৰি বিভিন্ন শ্ৰেণীৰ লোকে এই ২৪ ঘন্টীয়া অনশনত যোগদান কৰে আৰু ইয়াৰ নেতৃত্বত থাকে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ লখিমপুৰ শাখাৰ সভাপতি জয়ন্ত হাজৰিকা আৰু সম্পাদক অমৃত দাস।

ইয়াৰ পূৰ্বে ৰাতিপুৱা লালুকত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লালুকত কা বিৰোধী এক বিশাল প্ৰতিবাদী সমদল উলিয়ায়।

এই প্ৰতিবাদী সমদলত শ্ৰীমন্ত শংকৰদেৱ সংঘ, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনীস সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা, আছা আৰু কৃষক মুক্তি সংগ্ৰাম পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ সদস্যই অংশ গ্ৰহণ কৰে।

অংশগ্ৰহণকাৰীসকলে কা বিৰোধী আন্দোলনৰ ছয় গৰাকী চহিদলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সংসদত কা গৃহীত কৰাৰ বাবে চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলেও শনিবাৰে নাৰায়নপুৰত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছিল।

Recent News

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd