• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

তালিবানৰ আফিং খেতি দুৰ্বল কৰাৰ বাবে মাৰ্কিন চোৰাংচোৱাৰ আচৰিত অভিযান: আফগানিস্তানত গোপনে পপী গুটি নিক্ষেপ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2025 6:22 pm
249
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক সাইলাখ চিনেমাৰ দৰে কাহিনী। চিনেমা যেন লগা এই বাতৰি প্ৰকাশ কৰিছে আন্তঃৰাষ্ট্ৰীয় সংবাদপত্ৰ দ্য ৱাশ্বিংটন পোষ্টে। বাতৰি অনুসৰি আফগানিস্তানৰ কোটি কোটি ডলাৰৰ হেৰ’ইন উদ্যোগক দুৰ্বল কৰাৰ বাবে আমেৰিকাৰ কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই (CIA) চলোৱা এক দশকজোৰা গোপন অভিযান উন্মোচন কৰা হৈছে। এই অভিযানত মিছাইল বা বোমাৰ সলনি পপীৰ গুটি ব্যৱহাৰ কৰা হৈছিল।

‘দ্য ৱাশ্বিংটন পোষ্ট‘ৰ তথ্য অনুসৰি, চি.আই.এ.-ই ২০০৪ চনৰ পৰা ২০১৫ চনলৈকে সমগ্ৰ আফগান কৃষিভূমিত কোটি কোটি “পৰিৱৰ্তিত পপিৰ গুটি” নিক্ষেপ কৰিছিল। এই গোপন প্ৰচেষ্টাৰ লক্ষ্য আছিল দেশখনৰ আফিং শস্যৰ শক্তিক নীৰৱে হ্ৰাস কৰা। এই গোপন অভিযানৰ সৈতে জড়িত ১৪ জন প্ৰাক্তন আমেৰিকাৰ বিষয়াই এই কথা নিশ্চিত কৰিছে। এই অভিযানৰ উদ্দেশ্য আছিল উদ্ভিদৰ ৰাসায়নিক উৎপাদন হ্ৰাস কৰি হেৰ’ইন উৎপাদনক লোকচানজনক কৰি তোলা।

Apply Now

এই কাৰ্যসূচী আফগানিস্তানত চলি থকা ২০ বছৰীয়া আমেৰিকাৰ যুদ্ধৰ সমান্তৰালভাৱে আৰম্ভ হৈছিল। কাৰণ, হেৰ’ইনে কেৱল তালিবানৰ অভিযানৰ বাবেই ধন আগবঢ়োৱা নাছিল, ই চৰকাৰী দুৰ্নীতিৰ তন্ত্ৰতো সোমাই পৰিছিল। ২০০০ চনৰ মাজভাগলৈকে আফগানিস্তানে বিশ্বৰ প্ৰায় ৯০ শতাংশ হেৰ’ইন যোগান ধৰিছিল, যাৰ বাবে নিচাযুক্ত দ্ৰব্যৰ নিয়ন্ত্ৰণ ৱাশ্বিংটনৰ যুদ্ধ কৌশলৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল।

আফগানিস্তানৰ দুখন মূল পপি খেতি কৰা প্ৰদেশ— হেলমাণ্ড আৰু নাংগাৰহৰ-ৰ ওপৰত নিশাৰ ভাগত ব্ৰিটিছ C-130 বিমান ব্যৱহাৰ কৰি পপী গুটি নিক্ষেপ কৰা হৈছিল।

এই পৰিৱৰ্তিত বীজবোৰ জিনীয়ভাৱে সালসলনি কৰা হোৱা নাছিল, কিন্তু এলকেলয়ডৰ মাত্ৰা হ্ৰাস কৰিবলৈ নিৰ্বাচিতভাৱে প্ৰজনন কৰা হৈছিল। এলকেলয়ড হৈছে সেইবোৰ যৌগ যিয়ে পপীক হেৰ’ইনৰ কেঁচামাল কৰি তোলে।

সময়ৰ লগে লগে এই কম শক্তিসম্পন্ন উদ্ভিদবোৰে থলুৱা জাতৰ সৈতে ক্ৰছ-ফাৰ্টিলাইজ কৰিব, যাৰ ফলত আফগানিস্তানৰ আফিং শস্যৰ প্ৰভাৱৰ পৰিমাণ নীৰৱে হ্ৰাস পাব।

এই কাৰ্যসূচীৰ গোপনীয়তা ইমানেই কটকটীয়া আছিল যে পেন্টাগন আৰু ষ্টেট ডিপাৰ্টমেণ্টৰ কিছুমান জ্যেষ্ঠ বিষয়াও ইয়াৰ বিষয়ে অজ্ঞাত আছিল। তদুপৰি, আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইৰ চৰকাৰকো সমগ্ৰ সময়ছোৱাত অন্ধকাৰত ৰখা হৈছিল বুলি জানিব পৰা গৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd