• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱশেষত জীৱন যুঁজত হাৰ মানিলে CID-খ্যাত ফ্ৰেডীয়ে; প্ৰয়াত অভিনেতা দীনেশ ফডনীশ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2023 12:07 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেলিভিছনৰ অন্যতম জনপ্ৰিয় মেগা ছিৰিয়েল চি আই ডি। দুদিনমানৰ পৰা ইটোৰ পিছত সিটো খবৰ আহি আছে। চিকিৎসালয়ত ভৰ্তি অন্যতম জনপ্ৰিয় মুখ দীনেশ ফডনীশ। কেৱল সেয়াই নহয়, হাৰ্ট এটেকৰ খবৰটোও আহিছে। ছিৰিয়েলখনৰ ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে জনপ্ৰিয় এই অভিনেতাগৰাকী।

চিকিৎসা অব্যাহত থকাৰ সময়ত অনুৰাগীসকলে অপেক্ষা কৰি আছিল হয়তো অভিনেতাজন সুস্থ হৈ উঠিব। কিন্তু সেই আশা পূৰণ নহ’ল। মাত্ৰ ৫৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে অভিনেতাগৰাকীয়ে। মঙলবাৰে মৃত্যু হয় সকলোৰে প্ৰিয় ফ্ৰেডীৰ।

দয়াৰ চৰিত্ৰত অভিনয় কৰা দীনেশৰ চি আই ডিৰ সহ অভিনেতা দয়ানন্দ শ্বেট্টীয়ে তেওঁৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছে। দয়াই জনায়, “দীনেশে নিশা ১২.০৮ বজাত শেষ নিশ্বাস ত্যাগ কৰিছে”। শনিবাৰে মাজনিশা হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত অভিনেতাগৰাকীক চিকিৎসাৰ বাবে মুম্বাইৰ টুংগা হাস্পতালত ভৰ্তি কৰোৱা হৈছিল।

Apply Now

লগতে পঢ়কঃ প্ৰভুভক্ত জন্তুটোৱেই হত্যাকাৰী! পোহনীয়া কুকুৰৰ কামোৰত মৃত্যু এটি ৩ মহীয়া কেঁচুৱাৰ

দয়ানন্দ শেট্টীয়ে লগতে শ্বেয়াৰ কৰিছে যে দীনেশৰ বহু অংগ বিকল হৈ পৰিছিল। ফলত শেষ ৰক্ষা কৰিব পৰা নগ’ল। তেওঁ কয়, ‘অভিনেতাগৰাকীৰ শৰীৰত বহু জটিলতা দেখা যায়। আৰু যোৱা নিশা তেওঁক ভেন্টিলেটৰৰ পৰাও উলিয়াই দিয়া হৈছিল।‘ মঙলবাৰে মুম্বাইত শেষকৃত্য সম্পন্ন কৰা হ’ব অভিনেতাগৰাকীৰ।

জানিব পৰা মতে, দেওবাৰে দীনেশৰ হাৰ্ট এটেক হৈছিল, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। পিছত দয়াইও কৈছিল যে তেওঁৰ হৃদৰোগ নাই, কিন্তু তেওঁৰ শৰীৰত আন কিবা সমস্যা আছে। দীনেশৰ লিভাৰ বহুখিনি ক্ষতিগ্ৰস্ত হোৱা বুলিও তেওঁ কৈছিল।

লগতে পঢ়কঃবাইচুঙৰ পিছত ৰাজনীতিৰ খেলপথাৰত আন এগৰাকী প্ৰসিদ্ধ ফুটবলাৰ; মিজোৰামত বিজয়ী জেজে

দীৰ্ঘদিন ধৰি জনপ্ৰিয় টিভি শ্ব’ চিআইডিত ফ্ৰেডেৰিকছৰ চৰিত্ৰত অভিনয় কৰি অনুৰাগীৰ হৃদয়ত বিশেষ স্থান দখল কৰিছিল দীনেশে। ১৯৯৮ চনত প্ৰথম প্ৰচাৰিত এই অনুষ্ঠানটো চোনী টিভিত বিশ বছৰ ধৰি চলিছিল। জনপ্ৰিয় অনুষ্ঠান তাৰক মেহতা কা উলতা চশমা আৰু ছুপাৰ-৩০ৰ লগতে তেওঁ সৰফৰজৰ দৰে ছবিতো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল।

মৃত্যুৰ সময়ত দীনেশ ফডনীশে পত্নী নয়না আৰু কন্যা তনুক এৰি থৈ গৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

আকৌ গৰ্ভধাৰণ কৰিলে নেকি অভিনেত্ৰী কৰীনা কাপুৰে? তৃতীয় সন্তানক লৈ চলা উৰাবাতৰি সম্পৰ্কে মুখ খুলিলে গৰাকীয়ে

August 22, 2026 8:39 am
দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

দিল্লিত ১,৭৭৭ জনৰ শৰীৰত ছোৱাইন ফ্লুৰ সংক্ৰমণ ; চৰকাৰ নিৰ্লিপ্ততাক লৈ প্ৰশ্ন আপৰ

August 22, 2026 8:05 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

ভিক্ষা কৰি লাখ টকা উপাৰ্জন! এদিনৰ আয় জানিলে আচৰিত হ’ব; কৰ্পৰেটৰ চাকৰি এৰি ভিক্ষাৰী হোৱাই ভাল?

August 22, 2026 9:41 am
ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

ৰাছিয়াৰ ড্ৰোন আক্ৰমণত জেলেনস্কিৰ গৃহ চহৰত ১৪ জন লোকৰ মৃত্যু, ১২১ জন আহত

August 22, 2026 8:44 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd