• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আন এক সুখৱৰ: কৰ’নাৰ চিকিৎসাৰ বাবে চিপ্লাই মুকলি কৰিলে ‘চিপ্ৰেমি’ দৰৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 7:52 am
rdv_0

কৰ'নাৰ চিকিৎসাৰ বাবে চিপ্লাৰ নতুন দৰৱ চিপ্ৰেমি। ফটো: cipla.com

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত কৰ’না সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ বাবে সকলো উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ মাজতে ফাৰ্মা কোম্পানী চিপ্লা (CIPLA)ই কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে ৰেমডেচিভিৰ দৰৱ উলিয়াইছে।

চিপ্লাৰ চিপ্ৰেমি নামৰ এই দৰৱ মুকলি কৰা হৈছে।

Apply Now

ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অফ ইণ্ডিয়া (ডিচিজিআই)ৰ জৰিয়তে চিপ্লাই ৰেমডেচিভিৰ দৰৱ উলিওৱাৰ অনুমতি লাভ কৰিছিল।

ইয়াৰ পাছতে চিপ্লাই চিপ্ৰেমি নামেৰে এই দৰৱ উলিয়াইছে। কোভিড-১৯ত আক্ৰান্ত গুৰুতৰ অৱস্থাৰ ৰোগীৰ চিকিৎলাৰ বাবে এই দৰৱ ব্যৱহাৰ কৰিব পৰা যাব।

উল্লেখযোগ্য যে য়ু এছ এফডিয়ে ইমাৰজেন্সি য়ুজ অথোৰাইজেশ্যন অনুসৰি গিলিয়ড ছাইন্সেছক ৰেমডেচিভিৰ দৰৱক কৰ’না ভাইৰাছৰ চিকিৎসাৰ বাবে অনুমতি দিছিল।

ইয়াৰ পাছতে যোৱা মে’ মাহত গিলিয়ড ছাইন্সেছে চিপ্লাক এই দৰৱ নিৰ্মাণ তথা বিপণনৰ পৰীক্ষামূলক অনুমোদন দিয়ে।

এতিয়া চিপ্লাৰ তৰফল পৰা ৰিস্ক মেনেজমেন্ট পৰিকল্পনাৰ আধাৰত চিপ্ৰেমি দৰৱৰ ব্যৱহাৰৰ বাবে প্ৰশিক্ষণ দিয়া হ’ব।

ছিপ্ৰেমি মুকলি কৰি চিপ্লাৰ পৰিচালন সঞ্চালক উমংগ বোহৰাই কয় যে চিপ্লাই ভাৰতৰ ৰোগীসকলৰ বাবে ৰেমডেচিভিৰ অনাৰ বাবে গিলিয়ডৰ সৈতে শক্তিশালী মিত্ৰতাৰ দিশত আগবাঢ়িছে।

চিপ্লাই কোভিড-১৯ অতিমাৰীত প্ৰভাৱিত লাখ লাখ লোকৰ জীৱন ৰক্ষাৰ বাবে সম্ভাৱ্য সকলো পথৰ সন্ধানত গভীৰভাৱে মনোনিৱেশ কৰিছে আৰু এয়া সেইফালৰ পৰা এক গুৰুত্বপূৰ্ণ সাফল্য বুলিও কয় হোহৰাই।

উল্লেখ্য যে আমেৰিকা, য়ুৰোপ আৰু এছিয়াৰ ৬০টা কেন্দ্ৰত ১০৬৩গৰাকী ৰোগীৰ ওপৰত ৰেমডেচিভিৰ প্ৰয়োগ কৰা হৈছিল। এই পৰীক্ষাত হাস্পাতলত ভৰ্তি হোৱা ৰোগীসকলে এই দৰৱৰ কাৰণে সোনকালেই সুস্থ হৈ উঠাত সহায় হৈছিল।

উক্ত ৰোগীসকলৰ বেছিভাগেই অক্সিজেন থেৰাপিত আছিল।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd