DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত ৩৩৬.৭২ হেক্টৰ খেতি মাটি আৰু ১৯৮৮ টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
July 12, 2020 7:19 pm
টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ আজি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন।
ফটো : নৰ্থ-ইষ্ট নাও

টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাৰ আজি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন। ফটো : নৰ্থ-ইষ্ট নাও

530
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত জাঁজীমুখ অঞ্চলত অব্যাহত আছে বানপানীৰ বিভীষিকা। ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে আজি বিয়লি পৰ্যন্ত টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় ১৯ খন গাঁৱৰ লগতে ৩৩৬.৭২ হেক্টৰ খেতি মাটি আৰু ১৯৮৮ টা পৰিয়াল বানত ক্ষতিগ্ৰস্ত হৈছে।

টীয়ক ৰাজহ চক্ৰ বিষয়া আকাশী দুৱৰাই আজি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান সাহায্য দিয়াৰ ব্যৱস্থা কৰে বুলি জানিবলৈ দিয়ে।

ইতিমধ্য টীয়ক ৰাজহ চক্ৰৰ বানাক্ৰান্ত ৰাইজৰ বাবে ১৮৮.৪০ কুইন্টল চাউল, ৩২.৪৯ কুইন্টল দাইল আৰু ৯.৯ কুইন্টল নিমখ বান সাহায্যৰ বাবে আৱণ্টন দিয়া হৈছে আৰু বিতৰণ অব্যাহত আছে বুলি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ পৰা জানিব পৰা গৈছে।

আনহাতে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি টীয়ক ৰাজহ চক্ৰৰ অৰ্ন্তগত বানাক্ৰান্ত অঞ্চল সমূহত পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগসহ ছাত্ৰ সন্থাৰ বিষয়-ববীয়াই পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বানাক্ৰান্ত অঞ্চল সমূহত তৎকালীনভাৱে বান সাহায্য, শিশু খাদ্য ,পশু খাদ্য আৰু বিশুদ্ধ খোৱা পানীৰ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd