• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰ্তব্যৰত জোৱানৰ

NE NOW NEWS অনুপ শৰ্মা
, March 7, 2019 7:04 pm

1 min read

বন্দুকেৰে গুলীয়াই আত্মহত্যা কৰ্তব্যৰত জোৱানৰ

প্ৰতিনিধিত্বমূলক ফটো। উৎস-ইণ্টাৰনেট

246
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ এজন কৰ্তব্যৰত জোৱানে আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নিজৰ বন্দুকৰে গুলীয়াই আত্মহত্যা কৰা ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। বিমানবন্দৰৰ কাৰ্গ’ গেটৰ ওচৰত থকা ড্ৰাইভাৰৰ কোঠাতে সংঘটিত হৈছে ঘটনাতো।

ভাৰতীয় বিমান প্ৰাধিকৰণৰ এজন বিষয়াই জনোৱা অনুসৰি চি আই এচ এফৰ সুৰেন্দৰ সিং নামৰ হেড কনিষ্টব’লজনে আজি দিনৰ ১.২৫ বজাত বন্দুকেৰে নিজৰ বুকুত গুলীয়াই আত্মহত্যা কৰে। কনিষ্টব’লজন ৰাতিপুৱা ৫ বজাৰ পৰা দুপৰীয়া ১ বজালৈ কৰ্তব্যৰত হৈ আছিল আৰু নিজৰ কৰ্তব্য সমাপ্ত কৰিয়ে ঘটনাতো সংঘটিত কৰে জোৱানজনে।

বিষয়া জনৰ ভাষ্যমতে মৃত জোৱানজন বিমানবন্দৰৰ ২ নং নিৰীক্ষণ চকীৰ পহৰাত নিয়োজিত হৈ আছিল। নিয়মমতে পহৰা শেষ কৰি জোৱান সকলে বিভাগীয় গাড়ীত উঠাৰ বাবে আৰু অস্ত্ৰ ওভটাই দিবৰ বাবে কাৰ্গ’ গেটৰ ওচৰলৈ যাব লাগে। অস্ত্ৰ ওভোটাই দিবলৈ যোৱাৰ সময়তে ড্ৰাইভাৰৰ কোঠাত প্ৰবেশ কৰি জোৱানজনে আত্মহত্যা কৰে।

আনহাতে, ঘটনা সংঘটিত হোৱাৰ পাছতে জোৱানজনক বি এচ এফৰ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। সমগ্ৰ ঘটনাটোৰ বাবে ইতিমধ্যে বিভাগীয় উচ্চ পৰ্য্যায়ৰ তদন্ত ঘোষণা কৰা হৈছে বুলি বিষয়াগৰাকীয়ে সাংবাদিকক জানিব দিয়ে।

Recent News

FB_IMG_1611046341596(2)

অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ নামত এচামে আমাৰ জাতিটোক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে: দিপাংক নাথ

WhatsApp Image 2021-01-19 at 1.48.31 PM

ব্ৰীছবেনত অষ্ট্ৰেলিয়াৰ ৩৩বছৰৰ আধিপত্য উফৰিল; ইতিহাস ৰচি বিজয় সাৱ্যস্ত টীম ইণ্ডিয়াৰ

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd