• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ বিভিন্ন প্ৰান্তত CAA বিৰোধী প্ৰতিবাদ; ৰামচন্দ্ৰ গুহ, যোগেন্দ্ৰ যাদৱক আটক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 19, 2019 4:02 pm

1 min read

Yogendra Yajdav, Ramchandra Guha

যোগেন্দ্ৰ যাদৱ, ৰামচন্দ্ৰ গুহ

219
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধনী) আইন আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা বিশিষ্ট লেখক ৰামচন্দ্ৰ গুহ তথা স্বৰাজ ইণ্ডিয়াৰ নেতা যোগেন্দ্ৰ যাদৱৰ লগতে ভালেসংখ্যক লোকক বৃহস্পতিবাৰে আটক কৰা হয়।

CAA আৰু এন আৰ চিৰ বিৰোধিতাৰে প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰা ৰামচন্দ্ৰ গুহ আৰু যোগেন্দ্ৰ যাদৱক ক্ৰমে বাংগালুৰু আৰু নতুন দিল্লীৰ লাল কিল্লাৰ পৰা আটক কৰা হয়।

‘‘মোক এইমাত্ৰ লালকিল্লাৰ পৰা আটক কৰা হৈছে। হাজাৰৰো অধিক প্ৰতিবাদকাৰীক ইতিমধ্যে আটক কৰা হৈছে আৰু বহুসংখ্যক লোকক আটক কৰাৰ পথত’’; এটা টুইটত যাদৱে উল্লেখ কৰে।

‘‘মোৰ বহু সংখ্যক বন্ধুক ইতিমধ্যে আটক কৰা হৈছে, তাৰপিছতো বহু লোকে প্ৰতিবাদস্থলীত সমবেত হৈছে। এই নাগৰিকত্ব (সংশোধনী) আইনে যাতে দেশক বিভাজিত কৰিব নোৱাৰে তাৰ বাবে আজি এই প্ৰতিবাদী কাৰ্য্যসূচীৰ আহ্বান জনোৱা হৈছে,’’ যাদৱে লগতে কয়।

আনহাতে, বিশিষ্ট বুৰঞ্জীবিদ ৰামচন্দ্ৰ গুহই প্ৰশাসনে প্ৰতিবাদকাৰীক আটক কৰা কাৰ্য্যক অগণতান্ত্ৰিক আখ্যা দিয়ে।

‘‘এয়া অগণতান্ত্ৰিক আটক। আৰক্ষীয়ে আনকি শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈয়ো দিয়া নায়,’’ গুহই কয়।

উত্তৰ-পূৰ্বাঞ্চলৰ লগতে ভাৰত বৰ্ষৰ বিভিন্ন স্থানত নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। অসম, মেঘালয় আৰু ত্ৰিপুৰাৰ লগতে বিভিন্ন ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd