• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী উত্তাপৰ মাজতে বিজেপিৰ সংকল্পত হিমচেঁচা পানী জে দি (ইউ)ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 10, 2019 9:25 pm
Citizenship bill: Friend JD (U) flushes cold water through BJP's national "Sankalp''

জে দি (ইউ) মুৰব্বী নীতীশ কুমাৰ। ফাইল ছবি।

529
VIEWS
Share on FacebookShare on Twitter

পুনৰ শাসন পালেই নাগৰিকত্ব বিধেয়ক গৃহীত কৰিব বুলি বিজেপিয়ে লোৱা ৰাষ্ট্ৰীয় সংকল্পত নিৰ্বাচনী উত্তাপৰ মাজতে হিমশীতল পানী ঢালিছে মিত্ৰ জে দি (ইউ)এ।

গেৰুৱা দল শাসনলৈ আহিলেও বিতৰ্কিত বিধেয়কখন গৃহীত কৰিব নোৱাৰে বুলি বুধবাৰে মন্তব্য কৰিছে বিহাৰৰ শাসক দলটোৰ ৰাষ্ট্ৰীয় সম্পাদক কে চি ত্যাগীয়ে।

“আমাৰ সন্মতি নোহোৱাকে (মোদী) চৰকাৰে বিধেয়কখন ৰাজ্যসভাত পাৰণ কৰিব নোৱাৰে। মিত্ৰ হ’লেও বিধেয়কখনক লৈ বিজেপি আৰু আমাৰ স্থিতি পৃথক,” বিধেয়ক বিৰোধিতাৰ যুঁজত জে দি (ইউ)ৰ সমৰ্থন বিচাৰি যোৱা আছুৰ প্ৰতিনিধি দলক আশ্বাস জে দি (ইউ) নেতাজনৰ।

কেৱল সেয়ে নহয় অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়াৰ গণৰোষৰ মুখত পৰা বিধেয়কখন বিৰোধিতাৰ বিষয়টোৱে জে দি (ইউ)ৰ আসন্ন ইস্তাহাৰতো ঠাই পাব।

“আমি ইস্তাহাৰতো বিধেয়খনৰ বিৰোধিতা কৰিম,” অহা ১২ এপ্ৰিলত পাটনাত জে দি (ইউ)ৰ ইস্তাহাৰ প্ৰকাশ পাব বুলি জনাই এই মন্তব্য ত্যাগীৰ।

দলটোৰ মুৰব্বী, বিহাৰৰ মুখ্য মন্ত্ৰী নীতীশ কুমাৰে প্ৰথমৰে পৰা বিধেয়কখনৰ বিৰোধিতা কৰি আহিছে।

দলটোৱে বিধেয়কখনৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় কাৰ্য্যনিৰ্বাহকতো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Tags: নিৰ্বাচন ২০১৯

Recent News

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd