DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, August 19, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাহুল গান্ধীৰ ফ্লৰ মেনে’জমেণ্টত বিধ্বস্ত বিজেপি

নাগৰিকত্ব বিধেয়ক বিৰোধী “বিৰামহীন” সংগ্ৰামৰ বাবে অসম তথা উত্তৰ-পূবৰ ৰাইজ, দল-সংগঠনলৈ কৃতজ্ঞতা প্ৰকাশ কংগ্ৰেছৰ।

স্মিতা ভট্টাচাৰ্য্য by স্মিতা ভট্টাচাৰ্য্য
February 13, 2019 7:15 pm
590
VIEWS
Share on FacebookShare on Twitter

অসম আৰু উত্তৰ-পূবৰ দল-সংগঠনক দিয়া প্ৰতিশ্ৰুতি অনুসৰি ৰাজ্যসভাত ৰাহুল গান্ধীয়ে কৰা ফ্লৰ মেনে’জমেণ্টৰ বাবেই নেৰা নেপেৰা চেষ্টাৰ পিছতো নাগৰিকত্ব বিধেয়ক উত্থাপনৰ পৰা পিছ হুঁহকিল বিজেপি।

বিধেয়কখন উত্থাপিত নোহোৱাৰ খবৰে উত্তৰ-পূবত সৃষ্টি কৰা আনন্দৰ বন্যাৰ মাজতে কংগ্ৰেছ সভাপতিজনৰ “ফ্লৰ মেনে’জমেণ্ট” আৰু “ৰাজনৈতিক প্ৰজ্ঞা”ৰ শলাগ লৈছে অসমৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

“ৰাজনৈতিক প্ৰজ্ঞা আৰু মোদী চৰকাৰৰ সংবিধানবিৰোধী আৰু উত্তৰ-পূববিৰোধী ষড়যন্ত্ৰৰ বিৰুদ্ধে অ-বিজেপি দলসমূহৰ মাজত ভাঙিব নোৱাৰা সহমত গঢ়ি তোলাৰ বাবে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীক শলাগৰ পাত্ৰ,” শইকীয়াৰ মন্তব্য।

যোৱা ৪ ফেব্ৰুৱাৰিত বিধেয়কৰ বিৰুদ্ধে কংগ্ৰেছৰ সমৰ্থন বিচাৰি যোৱা উত্তৰ-পূবৰ দল-সংগঠনসমূহক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান কৰি ৰাজ্যসভাত “ফ্লৰ মেনে’জমেণ্ট”ৰ দায়িত্ব লৈছিল ৰাহুল গান্ধীয়ে। উচ্চ সদনত সংখ্যাগৰিষ্ঠ দল হোৱা হেতুকে কংগ্ৰেছ বিৰোধিতা বিজেপি উত্থাপিত বিধেয়কখনৰ বিৰুদ্ধে বিৰোধী ঐকমত্য গঢ়াৰ বাবে অত্যাৱশ্যকীয় আছিল।

বিধেয়কৰ বিৰুদ্ধে “বিৰামহীন” প্ৰচাৰ চলোৱাৰ বাবে আছু, নেছ’, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, হীৰেন গোহাঁইৰ লগতে অসম আৰু উত্তৰ-পূবৰ ৰাইজলৈয়ো কৃতজ্ঞতা জনাইছে কংগ্ৰেছ নেতা শইকীয়াই।

শইকীয়াই কয় ৰাজ্যসভাত বিধেয়ক উত্থাপনত বিজেপিৰ বিফলতা দেশৰ সাম্প্ৰদায়িক শক্তিসমূহৰ বিৰুদ্ধে এক বিজয়।

“ধৰ্মনিৰপেক্ষ ভাৰতক সাম্প্ৰদায়িক ভাৰতলৈ পৰিণত কৰাৰ চেষ্টা কংগ্ৰেছে আকৌ এবাৰ পৰাভূত কৰিলে,” শইকীয়াৰ মন্তব্য।

Recent News

CBI raids Manish Sisodia

দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াৰ বাসগৃহত চিবিআইৰ অভিযান: অভিযানক আদৰণি জনালে মুখ্যমন্ত্ৰী কেজৰিৱালে

California Planes Collide

মধ্য আকাশতে দুই বিমানৰ সংঘৰ্ষ: মৃত্যু কেইবাগৰাকীও লোকৰ

forged documents

জাল নথিপত্ৰৰে যাত্ৰীক কৰি দিছিল আমেৰিকা যাত্ৰাৰ সুবিধা: পৰিল ফান্দত

On Camera Shot

প্ৰেমৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰাৰ বাবেই নৱম শ্ৰেণীৰ ছাত্ৰীক পথৰ মাজতে গুলীয়ালে যুৱকে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd