• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেৱল উকীলৰ অনুপস্থিতিৰ বাবেই সমগ্ৰ দেশতে বিচাৰাধীন ৬৩ লাখ গোচৰ: মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 31, 2022 9:01 am
দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটো: সংগৃহীত।

দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়। ফটো: সংগৃহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে কয় যে ৰাষ্ট্ৰীয় নেশ্যনেল জুডিশ্যিয়েল ডাটা গ্ৰিড অনুসৰি উকীলৰ অনুপস্থিতিৰ বাবে সমগ্ৰ দেশতে ৬৩ লাখৰো অধিক গোচৰ বিচাৰাধীন আৰু তথ্য প্ৰমাণৰ অভাৱত ১৪ লাখৰো অধিক গোচৰ বিচাৰাধীন হৈ আছে। দেশৰ মুখ্য ন্যায়াধীশগৰাকীয়ে অনুভৱ কৰে যে সাধাৰণ মানুহে জিলা আদালতক অধীনস্থ ন্যায়পালিকা হিচাপে গণ্য কৰাৰ ঔপনিৱেশিক মানসিকতাৰ পৰা ওলাই আহিব লাগে।

অন্ধ্ৰ প্ৰদেশ ন্যায়িক একাডেমীৰ উদ্বোধনী অনুষ্ঠানত দেশৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে এই দাবী কৰিছে। তেওঁৰ মতে জিলা আদালতবোৰ কেৱল ন্যায়পালিকাৰ মেৰুদণ্ডই নহয়, বহুতৰ বাবে ই ন্যায়িক প্ৰতিষ্ঠান হিচাপেও কাম কৰে।

লগতে পঢ়ক: ৰাম-হনুমানৰ কপিৰাইট বিজেপিৰ! উমা ভাৰতীৰ ‘বিস্ফোৰণ’ত গেৰুৱা শিবিৰত অস্বস্তি

Apply Now

তেওঁৰ মতে জামিন হ’ল অপৰাধী ন্যায় ব্যৱস্থাৰ এটা মৌলিক নিয়ম, কাৰাগাৰ নহয়। তেওঁ কয় যে বাস্তৱত ভাৰতত এতিয়াও বন্দী হৈ থকা বিচাৰাধীন লোকৰ সংখ্যাই এক স্ব-বিৰোধী পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁ লগতে কয় যে আমাৰ আদালতবোৰে সৰ্বশ্ৰেষ্ঠ ক্ষমতাত কাম কৰাটো নিশ্চিত কৰিবলৈ আমাক বাৰ-ৰ সমৰ্থনৰ প্ৰয়োজন।

তদুপৰি,মুখ্য ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে এই তথ্য কম বেছি হ’ব পাৰে কিয়নো সকলো আদালতৰ পৰা আৰু কোনো তথ্য পোৱা হোৱা নাই।

দুমাহ পূৰ্বে, ন্যায়াধীশ চন্দ্ৰচূড়ে দিল্লী আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত এটা গোচৰৰ শুনানিৰ সময়ত এখন সেউজ বিচাৰপীঠ (গ্ৰীণ বেঞ্চ)গঠন কৰিছিল। তেওঁ গোচৰৰ সৈতে জড়িত অধিবক্তাসকলক ২৭ ছেপ্টেম্বৰত শুনানিৰ বাবে কোনো কাগজ পাতি বা নথি পত্ৰ নানিবলৈ কৈছিল। উচ্চতম ন্যায়ালয়ৰ পঞ্জীয়ন আৰু আইটি কোষৰ বিষয়াসকলক প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত উকীলসকলক প্ৰশিক্ষণ দিবলৈ কোৱা হৈছে।

লগতে পঢ়ক: ফেব্ৰুৱাৰীত সাজু হৈ উঠিব নতুন সংসদ ভৱন! নতুন ভৱনত হ’ব পাৰে বাজেট অধিৱেশনৰ দ্বিতীয় পৰ্যায়

মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে শুকুৰবাৰে সম্পূৰ্ণ আদালতৰ বৈঠকত লোৱা ডাঙৰ সিদ্ধান্তৰ কথা শ্বেয়াৰ কৰিছে। তেওঁ ঘোষণা কৰে যে উচ্চতম ন্যায়ালয়ৰ প্ৰতিখন বিচাৰপীঠে প্ৰতিদিনে ১০ খন জামিন আবেদন আৰু ১০ টা স্থানান্তৰৰ আবেদনৰ(ট্ৰেন্সফাৰ পিটিশ্যন) শুনানি গ্ৰহণ কৰিব। মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে জনায় যে উচ্চতম ন্যায়ালয়ত স্থানান্তৰ আৱেদনৰ ১৩,০০০ গোচৰ বিচাৰাধীন হৈ আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

প্ৰহ্লাদ যোশীৰ হাতত শিক্ষা মন্ত্ৰালয়ৰ দায়িত্ব অৰ্পণ মোদী চৰকাৰৰ

July 25, 2026 8:56 pm
কাকজান চাহ বাগিচাৰ কেন্দ্ৰীয় চিকিৎসালয়

কাকজান চাহ বাগিচাৰ যক্ষ্মাৰোগৰ পৰিস্থিতিৰ পৰিৱৰ্তন: জীৱন ৰক্ষা কৰিছে বহুতৰ

July 25, 2026 8:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

ভাৰতত ভিন্নমত প্ৰকাশৰ পৰিসৰ সংকুচিত হৈছে: ন্যায়াধীশ উজ্জ্বল ভূঞা

July 25, 2026 11:27 pm
সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

সমৰ্থন আৰু পৰামৰ্শৰ বাবে ধন্যবাদ, মমতাক ফোন দীপকেৰ, দিল্লীলৈ নাযায় তৃণমূল নেত্ৰী

July 25, 2026 10:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd