• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, আইন সৰ্বোপৰি’- মুখ্য ন্যায়াধীশ বি আৰ গাভাই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 24, 2025 9:18 am
207
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাইজৰ ইচ্ছা যিমানেই ডাঙৰ নহওক কিয়, ন্যায়াধীশৰ আসনত বহি কেৱল আইন আৰু নিজৰ বিবেকৰ প্ৰতি জবাবদিহি হোৱা উচিত। শনিবাৰে গোৱা উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ এক অনুষ্ঠানত এই কথা কয় দেশৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে। শেহতীয়াকৈ তেওঁ উচ্চতম ন্যায়ালয়ে সমাজৰ উচ্চ স্তৰৰ ক্ৰিমী লেয়াৰ বিষয়টোক লৈ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ইয়াৰ উত্তৰত আজি তেওঁ আৰু কয় যে আদালতৰ সিদ্ধান্তত তেওঁৰ পথ প্ৰদৰ্শক ৰাইজৰ মতামত নহয়, সংবিধান।

যোৱা বছৰ উচ্চতম ন্যায়ালয়ৰ এখন সংবিধান বিচাৰপীঠে (তেতিয়াৰ মুখ্য ন্যায়াধীশ ডি.ৱাই. চন্দ্ৰচুদৰ নেতৃত্বত) ৬:১ সংখ্যাগৰিষ্ঠতাৰে ৰায় দিছিল যে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ভিতৰত উপ-শ্ৰেণী সৃষ্টি কৰি অধিক প্ৰান্তীয় শ্ৰেণীক পৃথক কোটা দিয়া সম্ভৱ। ৰাজ্য চৰকাৰসমূহক এনে উপ-শ্ৰেণী সৃষ্টিৰ ক্ষমতা নিদিয়া ২০০৫ চনৰ ৰায়দান কাৰ্যকৰীভাৱে বাতিল কৰা হ’ল। সেই বিচাৰপীঠৰ সদস্য আছিল ন্যায়াধীশ গাভাই।

Apply Now

এই ৰায়ক লৈ তেওঁ নিজৰ সম্প্ৰদায়ৰ ভিতৰৰ পৰা তীব্ৰ সমালোচনা লাভ কৰা বুলি স্বীকাৰ কৰে। অনুষ্ঠানত গাভাইয়ে কয় যে, “মোৰ নিজৰ সম্প্ৰদায়ৰ লোকেও মোক সমালোচনা কৰিছে। কিন্তু মোৰ বিশ্বাস যে মোৰ ৰায় জনসাধাৰণৰ ইচ্ছাৰ ওপৰত ভিত্তি কৰি নহয়, আইন আৰু মোৰ বিবেকৰ ওপৰত ভিত্তি কৰি হ’ব লাগে।”

তেওঁৰ যুক্তি অনুসৰি কিছুমান পৰিয়ালে প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি সংৰক্ষণৰ সুবিধা লাভ কৰি আহিছে, আৰু ইয়াৰ ফলত বৈষম্যৰ সৃষ্টি হৈছে।

ন্যায়াধীশ গাভাইয়েও মানি লৈছিল যে ন্যায়াধীশসকলো মানুহ আৰু ভুলৰ প্ৰৱণতা থাকে। তেওঁ কয় যে বিগত সময়ত তেওঁ নিজৰ কিছুমান ৰায় incuriam (ভুল আইনী ভিত্তিৰ বাবে আঁতৰাই ৰখা) অনুসৰি চিহ্নিত কৰিছে। তেওঁৰ মতে, ‘সমালোচনা সদায় আদৰণীয়। উচ্চ ন্যায়ালয় কোনো কাৰণতে উচ্চতম ন্যায়ালয়তকৈ নিম্ন বা কম স্বাধীন নহয়।’

বিদৰ্ভ অঞ্চলৰ জুপ্তী বনাঞ্চলত তেওঁৰ বিচাৰৰ বিষয়টোও তেওঁ উত্থাপন কৰিছিল। সেই ৰায়দানে হাজাৰ হাজাৰ পৰিয়ালক উচ্ছেদৰ পৰা ৰক্ষা কৰিলে।

মুঠতে গাভাইৰ বক্তব্যত স্পষ্ট যে তেওঁৰ বাবে আইন আৰু সংবিধান সৰ্বোচ্চ, যিমানেই ৰাজনৈতিক বা সামাজিক হেঁচা নাহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

হিংসা-বিধ্বস্ত মণিপুৰত ২৫ ৰহস্যজনক মৃত্যুত চৰকাৰক তীব্ৰ ভৎৰ্সনা উচ্চতম ন্যায়ালয়ৰ, বিচাৰিলে প্ৰতিবেদন

September 17, 2026 7:02 pm
ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

ঊনৈছ ছেপ্টেম্বৰৰ দিনা চৌদিশে শুনোঁ আহক জুবিনৰ গীতৰ প্ৰতিধ্বনিঃ অসম নাগৰিক সন্মিলন

September 17, 2026 6:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

৫ মিনিটৰ গুগল মিট! ৮০ জন ভাৰতীয় কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰিলে আমেৰিকাৰ সংস্থাই

September 17, 2026 8:39 pm
‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

‘মূৰ্খ সজোৱা হৈছে, মই পুতলা হৈ পৰিছিলো’, বাদশ্বাহক লৈ বিস্ফোৰক ঈশা

September 17, 2026 7:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd