• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অৱসৰৰ মুহূৰ্তত দাক্ষিণাত্যৰ মন্দিৰত পত্নীৰ সৈতে পূজা আগবঢ়ালে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
November 17, 2019 10:43 am
CHIEF JUSTICE OF INDIA VISIT9

প্ৰভু ভেংকটেশ্বৰ মন্দিৰত পূজা আগবঢ়াই সপত্নীক মুখ্য ন্যায়াধীশ ৰঞ্জনগগৈ। ফটো: আৰএছপি নেটৱৰ্কৰ সৌজন্যত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দেওবাৰে অৱসৰৰ দিনটোত পুৱা তিৰুপতিৰ প্ৰভু ভেংকটেশ্বৰ মন্দিৰত পূজা আগবঢ়ায়।

পৰিয়ালৰ সৈতে তেওঁৰ এই ভ্ৰমণত মুখ্য ন্যায়াধীশগৰাকীক বেদজ্ঞ পণ্ডিতসকলে দাক্ষিণাত্যৰ মেলাম সংগীতৰ সৈতে বৈদিক মন্ত্ৰ পাঠেৰ মুল প্ৰৱেশদ্বাৰলৈ আদৰি নিয়া হয়।

Apply Now

মন্দিৰটোত পূজা-সেৱা আগবঢ়োৱাৰ পাছত শীৰ্ষ মৰ্যাদাৰ ব্যক্তিগৰাকীক মন্দিৰ কৰ্তৃপক্ষই প্ৰসাদৰ লগতে প্ৰভু ভেংকটেশ্বৰৰ এখন লেমিনেশ্যন কৰা ফটো অৰ্পন কৰে।

মুখ্য ন্যায়াধীশগৰাকীৰ এই মন্দিৰ দৰ্শনৰ সময়ত তেওঁৰ সৈতে উপস্থিত থাকে অন্ধ্ৰ প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান আৰ পি ঠাকুৰ, জিলা উপায়ুক্ত প্ৰদ্যুন্ম, জিলা দণ্ডাধীশ জুনেইড আহমেদ মৌলানাৰ লগতে বালাজীৰ অভ্যৰ্থনা শাখাৰ বিষয়াসকল।

CHIEF JUSTICE OF INDIA VISIT
মন্দিৰ দৰ্শনৰ বাবে প্ৰৱেশৰ সময়ত সপত্নীক মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ। ফটো: আৰএছপি নেটৱৰ্কৰ সৌজন্যত

ইয়াৰ পূৰ্বে শনিবাৰে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে তেওঁৰ পত্নীৰ সৈতে তিৰুমালা বালাজী মন্দিৰ দৰ্শন কৰে।

তেওঁলোকে তাত “সহস্ৰ দীপলংকাৰন সেৱা’ত অংশ লয় আৰু পাছত “বহনা সেৱা’ত উপস্থিত থাকে য’ত “গোঁসাই’ক শোভাযাত্ৰাৰ মাজেৰে মন্দিৰ চৌহদৰ থকা চাৰিটা পৱিত্ৰ ৰাস্তাৰে লৈ যোৱা হয়।

স্থানীয় পৰম্পৰা অনুসৰি, মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰথমতে বৰাহ স্বামী মন্দিৰত পূজা আগবঢ়ায় আৰু তাৰ পাছতে প্ৰভু বালাজীৰ “দৰ্শন’ কৰে।

ইয়াতো মন্দিৰ কৰ্তৃপক্ষ তথা পুৰোহিতসকলে মুখ্য ন্যায়াধীশগৰাকীক প্ৰৱেশৰ সময়তে আনুষ্ঠানিক আদৰণি জনায়। “দৰ্শন’ৰ পাছতে তেওঁলোকে বৈদিক মন্ত্ৰৰ উচ্চাৰণেৰ মাজেৰে আশীৰ্বাদ দিয়ে।

উল্লেখ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে আজি অৰ্থাৎ ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd