• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব

মণিপুৰৰ ভুৱা সংঘৰ্ষত জড়িত আৰক্ষীৰ লোকৰ বিপক্ষে অভিযোগনামা দাখিল বিশেষ অনুসন্ধান কমিটীৰ

ষড়যন্ত্ৰমূলক হত্যাকাণ্ডৰ ৪ অভিযুক্ত আৰক্ষীৰ লোকক ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ হোৱাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 13, 2018 8:05 am
Fake-encounter
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰক্ষীৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামাৰ ওপৰত পূব ইম্ফলৰ মুখ্য ন্যায়িক দণ্ডাধীশে বিৱেচনা কৰিছে আৰু এই সন্দৰ্ভত অনুসন্ধান কৰাৰ বাবে নতুন দিল্লীস্থ ভাৰতীয় অনুসন্ধান সংস্থাৰ (SIT)  এটা বিশেষ অনুসন্ধান গোট গঠন কৰি দিছে। ২০০৮ চনত সংঘটিত ভুৱা এনকাউণ্টাৰৰ সৈতে সম্পৰ্কীত তথ্য উদ্ঘাটন কৰাৰ বাবে এই বিশেষ অনুসন্ধানকাৰী গোটটোক দায়িত্ব প্ৰদান কৰা হৈছে।

প্ৰতিৱেদনত প্ৰকাশিত হোৱা অনুসৰি, ২০০৮ চনৰ ১৫ ফেব্ৰুৱাৰিৰ দিনা আবেলি কংপকপীৰ বাসিন্দা এছ কামিনীৰ পুত্ৰ ছোৰাম ৰঞ্জীত সিঙক এটা আৰক্ষীৰ লোকৰ দলে ভুৱা এনকাউণ্টাৰৰ গইনা লৈ হত্যা কৰিছিল। ঘটনাটো সংঘটিত কৰা হৈছিল হাতা (Hatta) নামৰ স্থানত।

Apply Now

প্ৰতিৱেদন অনসৰি, অভিযোগনামাত তদানিন্তন হেড কনষ্টেবল ছাংগাইয়ুমফাম পাৰ্ট-২ৰ বাসিন্দা মহঃ ছৌকত আলী, নাম্বল থিয়াম লেইকাইৰ কনষ্টেবল থিয়াম ব্ৰজেন, লিলঙৰ মহঃ ৱাহাজুদ্দিন খান আৰু লিলং তুৰেল অহানবিৰ বাসিন্দা মহঃ আনৱাৰ হুছেইনৰ নাম সন্নিবিষ্ট কৰা হৈছে।

উল্লেখ্য যে মণিপুৰত সেনা, অৰ্ধসামৰিক বাহিনী, আৰু মণিপুৰ আৰক্ষীয়ে সংঘটিত কৰা ১৫২৮টা আইন বহিৰ্ভুত হত্যাকাণ্ডৰ ওপৰত অনুসন্ধান কৰাৰ বাবে যোৱা বছৰ ১৪ জুলাইত চিবিআয়ে গঠন কৰি দিয়া বিশেষ অনুসন্ধান কমিটীয়ে দাখিল কৰা এইখন সপ্তম অভিযোগনামা।

প্ৰতিৱেদনটোত আৰু কোৱা হৈছে যে চিবিআয়ে দাখিল কৰা অভিযোগনামাখনত উল্লেখ কৰা আছে, ‘‘নথিভুক্ত সা-সামগ্ৰী আৰু সাক্ষীসকলৰ জৱানবন্দী আৰু এই ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ লোকসকলৰ বক্তব্যৰ পৰা পৰা উক্ত আৰক্ষীৰ লোককেইগৰাকী উক্ত হত্যাকাণ্ডত জড়িত থকাৰ প্ৰমাণ পোৱা গৈছে।

এই ঘটনাৰ সৈতে জড়িত আৰক্ষীৰ দলটোৱে এই অজান উগ্ৰপন্থী সংগঠনৰ সৈতে এনকাউণ্টাৰৰ এটা মিছা কাহিনী সৃ্ষ্টি কৰি নিজকে ঘটনাৰ আঁৰত ৰাখিবলৈ চেষ্টা কৰাৰো প্ৰমাণ পোৱা গৈছে। এই আৰক্ষীৰ লোককেইগৰাকী তেওঁলোকৰ অপৰাধৰ বাবে ভাৰতীয় দণ্ডবিধিৰ ১২০-বিআৰ/ডব্লিউ ৩০২ আৰ/ ডব্লিউ ৩৪ ধাৰাত  দোষী সাব্যস্ত হ’ব পাৰে।

ইতিমধ্যে, ঘটনাত জড়িত আৰক্ষীৰ লোককেইগৰাকীক ২১ ডিচেম্বৰত উক্ত আদালতত হাজিৰ হোৱাৰ বাবে নিৰ্দেশ দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd