• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা আৰম্ভ এন আৰ চিৰ ওজৰ-আপত্তি দাখিলৰ প্ৰক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2018 9:37 am
NRC-2
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰে পৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত খচৰাত নাম অন্তৰ্ভুক্ত নোহোৱা তথা ভুলকৈ অন্তৰ্ভুক্ত হোৱা সন্দৰ্ভত থকা ওজৰ-আপত্তিসমূহ গ্ৰহণ কৰা প্ৰক্ৰিয়া আৰম্ভ হ’ব। ওজৰ-আপত্তি দাখিলৰ বাবে ৬০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে।

আনহাতে, চূড়ান্ত খচৰাত অন্তৰ্ভুক্ত লোকৰ বিৰুদ্ধে ওজৰ-আপত্তি থাকিলে সেয়াও এই প্ৰক্ৰিয়াত দাখিল কৰিব পাৰিব। সম্প্ৰতি এন আৰ চিৰ নথি ৰূপে ১৫খন নথিৰ পৰিৱৰ্তে ১০খন নথিহে গ্ৰহণযোগ্য হ’ব।

Apply Now

উল্লেখযোগ্য যে এন আৰ চিত পুনৰ নামভৰ্তিৰ দাবীৰ আৱেদনৰ পৰা কৰ্তন কৰা হৈছে ৫খন নথি। ৰেচন কাৰ্ড, ১৯৫১ৰ এন আৰ চিৰ নথি, ১৯৭১ৰ ২৪ মাৰ্চলৈ ভোটাৰ তালিকা, ৭১ৰ ২৪মাৰ্চলৈ প্ৰদান কৰা নাগৰিকত্বৰ প্ৰমাণপত্ৰ আৰু শৰণাৰ্থী পঞ্জীয়ন প্ৰমাণপত্ৰ পুনৰ নামভৰ্তিৰ দাবীৰ আৱেদনৰ পৰা কৰ্তন কৰা হৈছে।

এইক্ষেত্ৰত হাজেলাৰ শপতনামা বাহাল ৰাখিছিল উচ্চতম ন্যায়ালয়ে। অৱশ্যে, কৰ্তন কৰা ৫ বিধ নথি সন্দৰ্ভত ন্যায়ালয়ে বিবেচনা কৰিব। দাবী-আপত্তিৰ আৱেদনৰ ৩০ দিনৰ পিছত এই সন্দৰ্ভত ন্যায়ালয়ে পুনৰ বিবেচনা কৰিব।

ইপিনে এন আৰ চিত নাম অন্তৰ্ভুক্তিৰ দাবী আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰ আজিৰে পৰা উপলব্ধ হ’ব। সেই অনুসৰি এন আৰ চিৰ চূড়ান্ত খচৰাত কোনো লোকৰ নাম অন্তৰ্ভুক্তিৰ আপত্তি দাখিলৰ ক্ষেত্ৰত থকা চৰ্তসমূহো বান্ধি দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা ৩০ জুলাইত চূড়ান্ত খচৰা প্ৰকাশৰ পিছতে এন আৰ চিৰ ৱেবছাইটত (www.nrcassam.nic.in) দাবী আৰু আপত্তি দাখিলৰ খচৰা প্ৰ-পত্ৰ প্ৰদৰ্শন কৰা হৈছিল আৰু তাকে লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। আপত্তি দাখিলৰ প্ৰ-পত্ৰত উল্লেখ কৰা হৈছিল যে কোনো লোকৰ বিৰুদ্ধে দাখিল কৰা আপত্তিৰ ক্ষেত্ৰত তথ্য ভুল বুলি প্ৰমাণিত হ’লে দাখিল কৰোঁতাজন ১৯৫৫ চনৰ নাগৰিকত্ব আইন অনুসৰি শাস্তিৰ সন্মুখীন হ’ব লাগিব।

উক্ত চৰ্তক লৈ বিভিন্ন পক্ষই প্ৰতিবাদ কৰিছিল আৰু অসম মন্ত্ৰী পৰিষদৰ বৈঠকে শাস্তিৰ বিষয়টো বাদ দি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ এছ অ’ পি যুগুতাবলৈ কেন্দ্ৰীয় চৰকাৰক  আহ্বান জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। এছ অ’ পিত বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে আৰু আপত্তি দাখিলৰ প্ৰ-পত্ৰত ভুল তথ্যৰ বাবে শাস্তিৰ প্ৰসংগটো উঠাই দিয়া হৈছে।

ইপিনে আজিৰে পৰা আৰম্ভ হোৱা এন আৰ চিৰ ওজৰ-আপত্তি প্ৰক্ৰিয়াত পূৰণ কৰা প্ৰ-পত্ৰসমূহ সংশ্লিষ্ট এন আৰ চি সেৱা কেন্দ্ৰতহে জমা দিব লাগিব।

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

‘তেওঁলোক সন্ন্যাসী নহয়, ৰাজনৈতিক উচ্চাকাংক্ষা থকাটো স্বাভাৱিক’: চিজেপিৰ নেতাসকলক লৈ সোনম ৱাংচুকৰ ডাঙৰ মন্তব্য

August 31, 2026 5:28 pm
ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

ভয়ংকৰ পথ দুৰ্ঘটনাৰ বাবে জগৰীয়া কোন? ক্ষুব্ধ ৰাইজে বন্ধ কৰিলে সোণাপুৰ টোলগেট

August 31, 2026 3:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm
উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

উপেক্ষিত হৈও ইতিহাস ৰচিলে মহম্মদ ছামীয়ে! পেছাদাৰী ক্ৰিকেটত দখল কৰিলে ৯০০ উইকেট

August 31, 2026 6:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd