• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সহপাঠীৰ যৌন আতিশয্যৰ বলি হৈ ছাত্ৰীৰ আত্মহত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 3:27 pm
Sexually Harassment in UP
573
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বুলন্দচহৰত সহপাঠীৰ দ্বাৰা যৌন নিৰ্যাতনৰ বলি হৈ আত্মহত্যা কৰিছে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীয়ে।

১৫ বছৰীয়া কিশোৰীগৰাকীক শনিবাৰে ঘৰৰ চিলিঙত পৰা ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

কিশোৰীগৰাকীৰ দেউতাকে দাখিল কৰা অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে সাতজন চিনাক্ত আৰু আঠজন অচিনাক্ত লোকৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে।

অভিযোগ অনুসৰি, ৮ অক্টোবৰত ছাত্ৰগৰাকীৰ সহপাঠীয়ে কিশোৰীগৰাকীক যৌন হাৰাশাস্তি কৰিছিল আৰু অশ্লীল মন্তব্য কৰিছিল।

ভুক্তভোগী ছাত্ৰীগৰাকীয়ে বিদ্যালয়ৰ অধ্যক্ষক ঘটনাটোৰ বিষয়ে অৱগত কৰে। অধ্যক্ষগৰাকীয়ে অভিযুক্ত ছাত্ৰীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ প্ৰতিশ্ৰুতি দিয়ে।

অভিযোগটোত উল্লেখ কৰা হৈছে যে সন্ধিয়া অভিযুক্ত ছাত্ৰীগৰাকী আন ১৫ জন ব্যক্তিৰ সৈতে ছোৱালীজনীৰ ঘৰত উপস্থিত হৈছিল আৰু কিশোৰীগৰাকীক নিৰ্যাতন কৰিছিল।

ঘটনাৰ পিছদিনা অভিযুক্ত ছাত্ৰীগৰাকীয়ে পুনৰ ভুক্তভোগীৰ সৈতে দুৰ্ব্যৱহাৰ কৰিছিল আৰু তাইক ভাবুকি দিছিল।

এনে নিৰ্যাতনত বিচলিত হৈ ছোৱালীজনীয়ে নিজৰ ঘৰৰ চিলিঙত ওলমি আত্মহত্যা কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

Recent News

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

বিশিষ্ট চিন্তাবিদ, লেখক, অধ্যাপক উদয়াদিত্য ভৰালীৰ দেহাৱসান

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত চালকৰ আসনত টিম ইণ্ডিয়া; এজবাষ্টনত ইতিহাস গঢ়াৰ পথত গীল বাহিনী!

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

কোনবোৰ ফল-মূলে আপোনাৰ শৰীৰত চুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে?

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd