• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যালয়ৰ মাচুল পৰিশোধত পলম হোৱাৰ বাবে হাৰাশাস্তিৰ অভিযোগ: কোঠাৰ ভিতৰতে আত্মহত্যা অষ্টম শ্ৰেণীৰ ছাত্ৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 11, 2022 3:22 pm
Class 8 student suicide
132
VIEWS
Share on FacebookShare on Twitter

শিক্ষাৰ ব্যক্তিগতকৰণৰ ফলত নামি অহা ভয়াৱহতাই দেশৰ সচেতন মহলক সদায়ে উদ্বিগ্ন কৰি ৰাখিছে। শিক্ষাৰ ব্যক্তিগতকৰণে সৃষ্টি কৰা ভয়াৱহতাৰ এক চাঞ্চল্যকৰ উদাহৰণ সম্প্ৰতি পোহৰলৈ আহিছে যোগী আদিত্যনাথ শাসিত উত্তৰ প্ৰদেশত।

ৰাজ্যখনৰ গাজিয়াবাদত এগৰাকী ১৫ বৰ্ষীয় ছাত্ৰই নিজৰ কোঠাৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰাৰ পাছত সমুখলৈ আহিছে আত্মহত্যাৰ আঁৰত থকা এক উদ্বেগজনক কাৰণ।

প্ৰিন্স নামৰ মৃত ছাত্ৰগৰাকীয়ে গাজিয়াবাদৰ থানা চিহানী গেটত অৱস্থিত এখন বিদ্যালয়ৰ অষ্টম শ্ৰেণীত অধ্যয়ন কৰিছিল।

ছাত্ৰগৰাকীৰ পৰিয়ালৰ সদস্যসকলে জানিবলৈ দিয়া মতে প্ৰিন্সে অধ্যয়ন কৰা বিদ্যালয়ত মাচুল জমা দিয়া নাছিল বাবে বিদ্যালয় কৰ্তৃপক্ষই তেওঁক বাৰে বাৰে হাৰাশাস্তি কৰিছিল।

প্ৰিন্সৰ পিতৃৰ ভাষ্য মতে তেওঁ যোৱা ৬ মাহ ধৰি তেওঁৰ সন্তানৰ মাচুল পৰিশোধ কৰিব পৰা নাছিল। ইয়াৰ ফলশ্ৰুতিত প্ৰিন্সক বিদ্যালয়ত দৈনিক হাৰাশাস্তি কৰা হৈছিল আৰু আন শিক্ষাৰ্থীৰ সন্মুখতো উৎপীড়ন কৰা হৈছিল।

এনে পৰিস্থিতিত প্ৰিন্সে অপমানিত অনুভৱ কৰিছিল আৰু বৃহস্পতিবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত নিজৰ কোঠাৰ ভিতৰত সোমাই আত্মহত্যা কৰিছিল।

এই ঘটনা পোহৰলৈ অহাৰ পিছতে ৰাজ্যখনত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত ছাত্ৰগৰাকীৰ পৰিয়ালৰ সদস্যসকলে বিদ্যালয় পৰিচালনাৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে।

স্থানীয় আৰক্ষীৰ এগৰাকী বিষয়াই এই বিষয়ত ছাত্ৰগৰাকীৰ পৰিয়ালৰ অভিযোগ লাভ কৰাৰ পিছতে তদন্তত নামি পৰিছে বুলি জানিবলৈ দিছে।

Recent News

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

ডকাইতৰ দলক ৰক্ষণাবেক্ষণ দিছে হিমন্ত বিশ্ব শৰ্মাই :  গৌৰৱ গগৈয়ে

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

৩ হাজাৰ যুৱক যুৱতীয়ে লাভ কৰিব ২ লাখ কৈ টকা – মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

বাকী আৰু ফাঁকিৰ চৰকাৰ! পানী নাহে পৰ্বতঝোৰাত জল জীৱন আঁচনিৰ

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ অতিৰিক্ত মাচুল নিষিদ্ধ কৰিলে উচ্চতম ন্যায়ালয়ে, পিছে কি হৈছে তামিলনাডুত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd