• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শিক্ষাৰ শ্মশান যাত্ৰা : ফাদিল হ’ল একাদশ শ্ৰেণীৰ পৰীক্ষাৰ প্ৰশ্নকাকত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 2, 2025 11:07 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ শিক্ষামন্ত্ৰীৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে সুদীর্ঘ ২০ টা বছৰ হিমন্ত বিশ্ব  শৰ্মাই অসমৰ শিক্ষা ব্যৱস্থা অধপতনলৈ লৈ গৈছে। মেট্ৰিক পৰীক্ষাৰ বহী গৰুৱে খোৱাৰ পৰা আৰম্ভ কৰি অসমৰ হাজাৰ হাজাৰ বিদ্যালয় বন্ধ কৰা, আধাতে স্কুল সামৰাত দেশৰ ১ নম্বৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ পৰা পৰীক্ষাৰ প্রশ্নকাকত ফাদিললৈকে সকলোতে স্বর্ণপদক পাবলৈ সক্ষম হৈছে।

যোৱা ২২ মার্চ ২০২৫ তাৰিখে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আজি পর্যন্ত পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ৰাজ্যৰ শিক্ষা বিভাগ তথা মুখ্যমন্ত্রীয়ে ছাত্র-ছাত্ৰীক আশ্বাস দিব পৰা নাই।

Apply Now

সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা প্ৰেছ বিবৃতিযোগে ছাত্র মুক্তি সংগ্ৰাম সমিতি অসমৰ সভাপতি পাপু দত্ত, সাধাৰণ সম্পাদক ৰাহুল ছেত্ৰী আৰু প্ৰাঞ্জল কলিতাই হিমন্ত বিশ্ব শৰ্মাই হাতে-কাম লাগি ৰাজ্যৰ শিক্ষা ব্যৱস্থা শ্মশানলৈ লৈ যোৱাত সহায় কৰিছে বুলি মুখ্যমন্ত্রীক সমালোচনা কৰে।

যি সময়ত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে বছৰজোৰা পঢ়ি পৰীক্ষাৰ বাবে নিজকে প্রস্তুত কৰে সেই সময়তে হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত বিশ্ব অভিলেখ সৃষ্টি কৰি প্ৰশ্নকাকত ফাদিলৰ দৰে ঘটনাৰ সৃষ্টি হয়। একপক্ষত ক’বলৈ গ’লে ছাত্র-ছাত্রীসকলক মানসিকভাৱে হাৰাশাস্তি কৰাৰ লগতে অসমত উচ্চ শিক্ষা যেন এক প্রহ সনত পৰিণত কৰিছে। ২৪ ঘণ্টাই এক্টিভ মুখ্যমন্ত্ৰীয়ে ধাৰ লৈ হিতাধিকাৰীক টকা দিবলৈ হিচাপ ঠিকেই কৰে কিন্তু ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলক কেনেকৈ শিক্ষিত কৰিব লাগিব তাক লৈ পিঠি দিয়ে।

সংগঠনটোৰ নেতৃবর্গই উল্লেখ কৰে যে মিটিঙৰ মাজতে ব্যক্তি বিশেষক আঁচনি অর্পণ কৰি টিআৰপি ল’ব বিচৰা হিমন্ত বিশ্ব শর্মাই আজি দহ দিন উকলি যোৱাৰ পিছতো উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ’ব তাক লৈ স্থিতি স্পষ্ট কৰিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ ব্যৰ্থতাৰ বাহিৰে আন একো নহয়।  ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলাৰ বিৰুদ্ধে সকীয়াই দি সংগঠনটোৰ নেতৃবর্গই বহাগ বিহুৰ আগত উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বাতিল হোৱা পৰীক্ষাসমূহ পুনৰ অনুষ্ঠিত কৰিবলৈ দাবী জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

দুৰ্গাপূজা : অতীতৰ পৰম্পৰা আৰু বৰ্তমানৰ জাকজমকতা

October 14, 2026 8:10 pm
পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd