• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

মোদীয়ে নুশুনিলে দাবী : ২১ দিনৰ মূৰত অনশন ভংগ কৰিলে সোণম ৱাংচুকে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 26, 2024 8:52 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘থ্ৰী ইডিয়টছ’ চিনেমাখনৰ কথা নিশ্চয় মনত আছে। লাডাখৰ এগৰাকী বিশিষ্ট জলবায়ু কৰ্মী তথা শিক্ষা সংস্কাৰক সোণম ৱাংচুকক লৈ নিৰ্মান কৰা হৈছিল সেই চিনেমাখন। চিনেমাখন মুক্তি পোৱাৰ সময়ত তেওঁক লৈ বহুত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল।

এইগৰাকী সোণম ৱাংচুকে যোৱা ২১ দিন নিমখ পানীৰ বাহিৰে একোৱেই খোৱা নাই। লাডাখ ৰাজ্যৰ মৰ্যাদা ঘূৰাই অনাৰ লগতে হিমালয়ৰ পৰিৱেশ তন্ত্ৰ ৰক্ষাৰ বাবে তেওঁ অনশন কৰিছিল। ক্ৰমান্বয়ে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল।

Apply Now

কিন্তু মোদী চৰকাৰে তেওঁৰ কথা নুশুনিলে। অৱশেষত মঙলবাৰে (২৬ মাৰ্চ) তেওঁ অনশন ভংগ কৰিলে। অৱশ্যে ইমান দিনে অনশন কৰি থকা দাবীৰ বাবে যুঁজি যাব বুলিও তেওঁ কয়। লাডাখৰ পৰিৱেশ ৰক্ষাৰ লগতে লাডাখৰ জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ আৰু সাংবিধানিক সুৰক্ষাৰ বাবে মই যুঁজ দি যাব বুলি কয় সোণমে।

উল্লেখ্য যে, ২০১৯ চনৰ ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ জম্মু-কাশ্মীৰ ৰাজ্যখন দুটা ভাগত বিভক্ত কৰি জম্মু-কাশ্মীৰ আৰু লাডাখ নামেৰে কেন্দ্ৰীয় শাসিত অঞ্চল দুটা গঠন কৰে।

অদূৰ ভৱিষ্যতে জম্মু-কাশ্মীৰক পুনৰ ৰাজ্যৰ ৰূপ দিয়া হ’ব বুলি উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে। অৱশ্যে লাডাখ কেন্দ্ৰীয় শাসিত অঞ্চল হৈ থাকিব বুলি কেন্দ্ৰই জানিবলৈ দিয়ে।

আজিৰ দিনটোতে সোণম ৱাচুকৰ অনশনত গুৰুত্ব দি কেন্দ্রীয় শাসিত অঞ্চলৰ বিভিন্ন প্রান্তত হাজাৰ হাজাৰ লোক সমবেত হয়৷ তেওঁলোকে ৱাচুকৰ সৈতে সংহতি প্ৰকাশ কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ মহিলা সংগঠনসমূহেও কয় যে এতিয়া তেওঁলোকেও একে দাবীৰে অনশন আৰম্ভ কৰিব।

ৱাংচুকে লাডাখক ৰাজ্যৰ মৰ্যাদা দিয়াৰ লগতে সংবিধানৰ ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায়। সংবিধানৰ ষষ্ঠ অনুসূচীত দেশৰ জনজাতীয় অঞ্চলসমূহক ভূমি সুৰক্ষা আৰু স্বায়ত্তশাসনৰ নিশ্চয়তা প্ৰদান কৰা হৈছে। অৰ্থাৎ অনুসূচিত এলেকাসমূহত জনজাতীয় লোকৰ বাহিৰে আন কোনোৱে মাটি কিনিব নোৱাৰে। সোণমে লেহ আৰু কাৰ্গিল জিলাৰ বাবে সুকীয়া লোকসভাৰ আসন বিচাৰিছে। ভূমি আৰু চাকৰিৰ একচেটিয়া অধিকাৰ আৰু লোকসেৱা আয়োগ গঠনৰ দাবী উত্থাপন কৰিছে সোণমে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

ঘৰত হ’লে কথা চহকী; বিদ্যালয়ত খোল নাখায় মুখ! ভয়ংকৰ সমস্যাত থাকিব পাৰে আপোনৰ শিশুটি?

August 27, 2026 6:46 am
উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

উজনিৰ ভয়ংকৰ বান মানৱ-সৃষ্ট : গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰিলে দেৱব্ৰত শইকীয়াৰ জনস্বাৰ্থজড়িত আবেদন

August 26, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

মেঘালয়ত প্ৰস্তাৱিত চিমেণ্ট কাৰখানাত স্থগিতাদেশ : খাচি ছাত্ৰ সন্থাৰ দাবী মানি ল’লে মুখ্যমন্ত্ৰীয়ে

August 27, 2026 9:42 am
নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

নেপালত ভয়ংকৰ বান: উপগ্ৰহৰ ছবিত ধৰা পৰিল ধ্বংসৰ ভয়াবহ ৰূপ

August 27, 2026 8:25 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd