• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হেলিকপ্তাৰেৰে কোকৰাঝাৰলৈ বিয়া খাবলৈ গ’ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
January 24, 2022 3:32 pm
দৰা মনেশ্বৰ দৈমাৰী আৰু  কইনা চম্পা বড়োলৈ আমাৰ তৰফৰ পৰাও যাঁচিছো আন্তৰিক শুভেচ্ছা

দৰা মনেশ্বৰ দৈমাৰী আৰু কইনা চম্পা বড়োলৈ আমাৰ তৰফৰ পৰাও যাঁচিছো আন্তৰিক শুভেচ্ছা

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি পুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হয় বিটিএডিৰ সদৰ কোকৰাঝাৰলৈ।

মুখ্যমন্ত্ৰীৰ বাবে স্থলপথেৰে মাত্ৰ ২-২.৩০ ঘণ্টাৰ বাট কোকৰাঝাৰলৈ যাবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱহাৰ কৰিলে বিলাসবহুল হেলিকপ্তাৰ। যিটো সময়ত অসমে হাজাৰ হাজাৰ কোটি টকা ঋণ ল’বলগীয়া হৈছে সেই সময়তে কেৱল বিয়া খাবলৈ মুখ্যমন্ত্ৰীয়ে হেলিকপ্তাৰ ব্যৱহাৰ কৰাৰ কথাটোৱে সচেতন মহলক ভবাই তুলিছে।

Apply Now

বহুতে প্ৰশ্ন কৰিছে বিয়া খোৱাৰ নামতে যদি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এনেদৰে ৰাজকোষৰ ধন পানীৰ দৰে উৰুৱাই দিয়ে তেন্তে ৰাজ্যৰ উন্নয়ন হ’ব কিদৰে?

আজি দিনৰ ১১-১৫ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰেৰে গৈ বিটিচিৰ সদৰ কাৰ্যালয়ৰ সমীপৰ গ্ৰীণ ফিল্ডত অৱতৰণ কৰে। তাৰ পৰাই তেওঁ গৈ এবছুৰ প্ৰাক্তন নেতা মনেশ্বৰ দৈমাৰীৰ বিবাহস্থলীত উপস্থিত হয়গৈ।

মুখ্যমন্ত্ৰীয়ে বিবাহস্থলীত উপস্থিত হৈ দৰা-কইনাক যুগ্ম জীৱনৰ আশীৰ্বাদ দিলে ।

মুখ্যমন্ত্ৰীক সংগ দিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিধায়ক লৰেঞ্চ ইছলাৰী, বি টি আৰৰ কাৰ্যবাহী সদস্য অৰুপ কুমাৰ দে আদি ব্যক্তিসকলে।

 

মনেশ্বৰ দৈমাৰী এবছুৰ এগৰাকী অক্লান্ত কৰ্মী। বড়ো জাতীয় সংগ্ৰামত নিখিল বড়ো ছাত্ৰ সন্থাৰ সৈতে তেওঁ ২২ বছৰ ধৰি অক্লান্ত ভাবে সেৱা আগবঢ়াইছিল।

কোকৰাঝাৰ খাৰগাঁওস্থিত নিজ গৃহত বাক্সা জিলাৰ মোদাই গাঁওৰ চম্পা বড়োৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হয়| বাথৌ ধৰ্মীয় ৰীতি নীতিৰে দৰা মনেশ্বৰ দৈমাৰীয়ে কইনা চম্পা বড়োৰ সৈতে বিবাহপাশত আৱদ্ধ হৈ যুগ্ম জীৱনৰ নতুন ইনিংছ মুকলি কৰে|

বিবাহস্থলীত উপস্থিত থাকি ৰাজনৈতিক প্ৰতিক্ৰিয়াও ব্যক্ত কৰিলে মুখ্য মন্ত্ৰীয়ে । মুখ্যমন্ত্ৰীয়ে কয় যে বি পি এফৰ সৈতে মিত্ৰতা হৈছে কেৱল বিধান সভাত, এয়া ৰাজনৈতিক মিত্ৰতা নহয়।

মনেশ্বৰ দৈমাৰীৰ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসম বিধান সভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়েও। বি পি এফৰ সৈতে বিধান সভাত মিত্ৰতা হোৱাৰ ফলত  ইউ পি পি এলৰ কোনো ধৰণৰ ক্ষতি নহয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক লৰেঞ্চ ইছলাৰীয়ো। বিয়াৰ খাদ্য সম্ভাৰৰ জুটি লৈ আপ্লুত হৈ পৰিল মুখ্যমন্ত্ৰী ।

যি কি নহওঁক, মুখ্যমন্ত্ৰীয়ে বিবাহ অনুষ্ঠানত উপস্থিত হৈ দৰা-কইনাক আশীৰ্বাদ দিয়া কথাক সকলোৱে শলাগিছে যদিও বিয়া খাবলৈ হেলিকপ্তাৰ উৰুওৱাৰ কথাটোহে বহুতে সহজ ভাবে ল’ব পৰা নাই। এবছুৰ প্ৰাক্তন নেতা মনেশ্বৰ দৈমাৰীৰ যুগ্ম জীৱনৰ আন্তৰিক শুভেচ্ছা আমিও জ্ঞাপন কৰিলোঁ।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

ফ্ৰান্সৰ পিছত আন এখন দেশত বিয়পি পৰিছে জেন জি আন্দোলন; ৰাজপথত হাজাৰ হাজাৰ যুৱক-যুৱতী

October 8, 2026 7:34 pm
কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

কাব্য ভাষাৰ পৰিধি ভাঙি সাধনাৰ ফল; সাহিত্যৰ নোবেল বঁটা লাভ কৰিলে কানাডাৰ কবি এন কাৰ্ছনে

October 8, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

SIR বিতৰ্ক! ‘সংবিধান উলংঘা হৈ থাকিলে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপ জৰুৰী’-মুৰলী মনোহৰ যোশী

October 8, 2026 8:36 pm
অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

অখিল গগৈৰ ধৰ্মঘটৰ সপ্তম দিনত দিছপুৰত ধাৰাবাহিক প্ৰতিবাদ, আৰক্ষীৰে খণ্ডযুদ্ধ

October 8, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd