• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা মুখ্য মন্ত্ৰীৰ, দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ

এন ই নাও নিউজ, মানসপ্ৰতিম গগৈ by এন ই নাও নিউজ, মানসপ্ৰতিম গগৈ
April 26, 2019 6:32 pm
Rajen Deka

দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হোৱা সাংবাদিক ৰাজেন ডেকা। ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়াত ৪ যুৱকে এটা বৈদ্যুতিন সংবাদ মাধ্যমৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীক দুৰ্বৃত্তই কৰা আক্ৰমণক তীব্ৰ ভাষাৰে গৰিহণা দিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি এক বিবৃতিযোগে মুখ্য মন্ত্ৰী সোণোৱালে কয় যে সাংবাদিকৰ ওপৰত আক্ৰমণৰ ঘটনা অতিশয় নিন্দনীয় আৰু গৰিহণাযোগ্য। মুখ্য মন্ত্ৰীয়ে কয় যে সাংবাদিক সকলৰ সুৰক্ষাৰ বাবে চৰকাৰে দায়বদ্ধ আৰু এনে ধৰণৰ ঘটনাৰ বিৰুদ্ধে চৰকাৰে দৃঢ়তাৰে পদক্ষেপ গ্ৰহণ কৰিব। মুখ্য মন্ত্ৰীয় লগতে কয় এ চৰকাৰে সাংবাদিকৰ বিৰুদ্ধে ঘটা এনেকুৱা ঘটনা কোনোপধ্যে সহ্য নকৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানক নিৰ্দেশ দিছে।

Apply Now

একেদৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থায়ো সাংবাদিক আক্ৰমণৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে। সন্থাৰ সভাপতি ড০ ঋষি দাস আৰু সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগে এক প্ৰেছ বিবৃতিৰ জৰিয়তে অভিযুক্তক কঠোৰতকৈ কঠোৰ শাস্তি বিহিবলৈ দাবী জনোৱাৰ লগতে সংবাদ মাধ্যমৰ ওপৰত এনে আক্ৰমণে ৰাজ্যখনৰ আইন শৃংখলা অটুট ৰখাত চৰকাৰখন ব্যৰ্থ হোৱাটোকে প্ৰতিপন্ন কৰে বুলি মতপ্ৰকাশ কৰে।

ৰাজ্যখনৰ সকলো দল-সংগঠন তথা গণতন্ত্ৰত বিশ্বাসী ৰাইজক এই ঘটনাৰ বিৰুদ্ধে সন্মিলিতভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনায় সংগঠনটোৱে। লগতে মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থাৰ লগতে ন্যূনতম ৫ লাখ টকা ক্ষতিপূৰণ আগবঢ়াবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

আনহাতে অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো দৈনিক অসমৰ মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকাৰ ওপৰত হোৱা আক্ৰমণক কঠোৰ ভাষাৰে গৰিহণা দিয়ে লগতে ৰাজেন ডেকাৰ আশু আৰোগ্য কামনা কৰে।

বিৰোধী দলপতিগৰাকীয়ে আক্ৰমণকাৰী দুৰ্বৃত্তক আটক কৰি উপযুক্ত শাস্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

এন ই নাও নিউজ, মানসপ্ৰতিম গগৈ

এন ই নাও নিউজ, মানসপ্ৰতিম গগৈ

Stay Connected

  • 117k Fans

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

‘ভাৰত আৰু চীন প্ৰতিদ্বন্দ্বী নহয়, সহযোগীহে’: বেইজিঙৰ বৈঠকত অজিত ডোভাল, ব্ৰিকছ সন্মিলনলৈ আহিব পাৰে জিনপিং

August 26, 2026 9:33 am
মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

মেঘালয়ত কয়লা খননৰ বাবে কেন্দ্ৰই প্ৰস্তুত কৰিব বিশেষ নীতি, বিধানসভাত ঘোষণা মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ

August 26, 2026 8:33 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

নিউয়ৰ্কৰ মেডিচন স্কোৱাৰ গাৰ্ডেনত মোহন ভাগৱতৰ ভাষণ: অনুষ্ঠানক লৈ অসন্তুষ্টি প্ৰকাশ মেয়ৰ জোহৰান মামদানীৰ

August 26, 2026 12:51 pm
দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

দিল্লীৰ পৰা পেৰিছলৈকে ভাৰতৰ চমক! কিয় বিশ্বৰ বাবে ঈৰ্ষাৰ কাৰণ হৈ পৰিছে ভাৰতৰ ইউ পি আই?

August 26, 2026 11:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd