• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দালালৰাজ বন্ধ কৰিবলৈ আমি নিজেই বিনা পইচাৰ দালাল হ’ম: হিমন্ত বিশ্ব শৰ্মা

ছুপাৰ মার্কেটৰ ফ্লাই অভাৰ মুকলি কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বহু কেইটা ঘোষণা

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 4, 2021 2:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰ ছুপাৰ মাৰ্কেটৰ নৱ নিৰ্মিত ফ্লাই অভাৰ খন মুকলি কৰি কেইবাটাও উল্লেখযোগ্য ঘোষণা কৰে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়—উপ-নিৰ্বাচনত আমাক জয় লাভ কৰিছো, ৰাইজৰ সেৱা জনাইছোঁ।এই জয় বিকাশৰ বাবে হৈছে। গুৱাহাটী খন সমগ্ৰ দক্ষিণ পূব এছিয়াৰ বাবে দুৱাৰ দলি।গুৱাহাটী খনক আৰু ভাল কৰিবলৈ আমি চিন্তা চর্চা কৰিছোঁ।২০১৯ চনত আমি আৰম্ভ কৰিছিলোঁ এই সেতু নিৰ্মাণৰ কাম। ৩৬ মাহৰ সময়ৰ সলনি ২২ মাহত নিৰ্মাণ কৰি উলিয়াইছে।অনিল দাস আৰু তেওঁৰ দলে নিৰ্মাণ কৰি উলিয়াই এই সেঁতু।নিৰ্ধাৰিত সময়তকৈ আগতেই নিৰ্মাণ কৰা বাবে ধন্যবাদ জনাইছোঁ।গুৱাহাটী আৰু পাৰ্শ্বৱতী অঞ্চল সমূহত আগুৱাই নিব লাগিব।

তেওঁ কয়—গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দল নিৰ্মাণৰ কাম আৰম্ভ কৰিছোঁ।নিৰ্ধাৰিত সময়ত কৈ ৬ মাহ আগত আৰম্ভ কৰিছোঁ এই কাম।২০১৩ৰ ডিচেম্বৰ মাহত সেই সেঁতু খন মুকলি কৰিব পাৰিম।এইমছ পাবলৈ এইটো বছৰতে আমি চেষ্টা কৰি আছো।চেৰাবভেটি ওপৰত এখন আৰু মালিগাঁওৰ ওপৰত এখন বিশাল সেঁতু পাব। বহল ৰাস্তা,যান-যত কমিব।এই সেতু খনৰ তলত ৰোতাৰী নিৰ্মাণ কৰা হৈছে,গুৱাহাটীৰ fly অভাৰ নিৰ্মাণৰ চিন্তা এইখনেই সলনি কৰিছে।এতিয়া নতুন কৈ নিৰ্মাণ কৰিব লগা সেঁতু সমূহ ৪ লেন যুক্ত হৈছে।

Apply Now

তেওঁ লগতে কয়— আগতে মন্ত্ৰী হৈ ভাল লাগিছিল,এতিয়া মন্ত্ৰীৰ কাম কষ্টৰ হ’ব।

অসমক আগুৱাবলৈ হ’লে কৰ্মসংস্কৃতি শ্ল’গান দিলে নহ’ব,কষ্ট কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে।

মানুহৰ মনৰ চেকগেট উঠাব লাগিব, ৰাজপথৰ চেকগেট নহয় বুলিও মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ কয়— গুৱাহাটীৰ উন্নয়নৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলিছে। এই প্ৰচেষ্টাক মন্থন আৰু চিন্তাৰপৰা সুফলসমূহ হস্তান্তৰ কৰিব পাৰিছো। ২০১৯ চনত আমি আৰম্ভ কৰিছিলো ১ কিমি ২০০ মিটাৰৰ উৰণীয়া সেঁতু নিৰ্মাণৰ কাম। বহাগ বিহুৰ দিনাখন ফ্লাইঅ’ভাৰ খোলাৰ ইচ্ছা আছিল কিন্তু ক’ভিডৰ বাবে ৰ’বলগীয়া হ’ল। তথাপিও নিৰ্দ্ধাৰিত সময়তকৈ আগতেই এই কাম সম্পন্ন হ’ল । গুৱাহাটীত বহু কাম আমি হাতত লৈছো।

গুৱাহাটী- উত্তৰ গুৱাহাটী সংযোগী দলঙৰ ক্ষিপ্ৰগতিত আগবাঢ়িছে।

২০২৩ চনৰ ডিচেম্বৰ মাহত আমি মুকলি কৰাৰ আশা কৰিছো।

মালিগাও আৰু ছেৰাপভাটিত দুখন বিশাল উৰণীয়া সেঁতুৰ নিৰ্মাণৰ কাম চলি আছে। চানমাৰীৰ ৰেডিঅ’ চেন্টাৰৰ লগত ১২ বিঘা মাটিৰ উদ্যান হ’ব।

চন্দ্ৰপুৰ ক্ৰিয়া প্ৰকল্প হ’ব সৰুসজাইৰ দৰে। মালিগাঁৱৰ ফ্লাইঅভাৰৰ ওপৰত ৪টা লেন হ’ব আৰু তলত ২ টা বা চাৰিটা লেন হ’ব।
মালিগাওঁ ফ্লাইঅ’ভাৰে ২০ শতাংশ কাম সম্পূৰ্ণ কৰিছে। চেৰাপভাটি ফ্লাইঅ’ভাৰৰ ৩৫ শতাংশ কাম হৈছে।
নতুন ফ্লাইঅ’ভাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ – R.G Baruah ৰ’ডৰ পৰা গীতানগৰলৈ ।

৬ লেন ৰিং ৰ’ড নিৰ্মাণৰ চিন্তা-চৰ্চা চলিছে বুলিও তেওঁ কয়। যি পথে চুবগৈ ছিপাঝাৰ-কুৰুৱা পৰ্যন্ত । ব্ৰক্ষ্মপুত্ৰৰ ওপৰত গুৱাহাটীতেই ৪ খন দলং
হ’ব

গুৱাহাটী-কুৰুৱা,গুৱাহাটী- উত্তৰ গুৱাহাটী, চানমাৰীতো হ’ব ফ্লাইঅ’ভাৰ। চানমাৰীৰ ৰেডিঅ’ চেন্টাৰৰ লগত ১২ বিঘা মাটিৰ উদ্যান হ’ব।

মুখ্যমন্ত্ৰীয়ে কয়— আমি বেয়া কামবিলাকক জাষ্টিফাই কৰাতো স্বভাৱ হৈ পৰিছে। এই স্বভাৱ আঁতৰাব লাগিব। মানুহক লগত লৈ আমি আগুৱাই যাব লাগিব।

চৰকাৰী কাৰ্যালয়ত দালালৰাজ নিপাত কৰিবলৈ ৰাইজৰ বাবে আমি নিজেই বিনা পইচাৰ দালাল হ’ম বুলিও হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

 

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

৭ বছৰ পাছতো এনআৰচিৰ পৰা বাদ পৰা ১৯ লাখ লোকে লাভ কৰা নাই প্ৰত্যাখ্যান পত্ৰ! উচ্চতম ন্যায়ালয়ত তথ্য সদৰী কেন্দ্ৰৰ

October 3, 2026 9:07 pm
গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

গৰু সৰবৰাহ কৰিলেই গো-হত্যাৰ অপৰাধ নহয়! আৰক্ষীৰ অনুমানৰ ভিত্তিত শাস্তি দিয়া কাৰ্যক নাকচ উচ্চতম ন্যায়ালয়ৰ

October 3, 2026 8:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd