• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য: পৃথক বৰাকলেণ্ডৰ বিৰোধিতা নকৰে চৰকাৰে!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 8, 2023 9:29 am
শিলচৰত সাংবাদিক সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: টুইটাৰ।

শিলচৰত সাংবাদিক সন্মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ফটো: টুইটাৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে ৰাজ্যৰ মুখমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিলচৰত সংবাদ মাধ্যমৰ আগত পৃথক বৰকালেণ্ডৰ দাবী সন্দভৰ্ত কৰা এক মন্তব্যই ৰাজ্যখনৰ ৰাজনৈতিক মহলত বিতৰ্কৰ সৃষ্টি কৰিছে।

বিভিন্ন সময়ত বৰাক উপত্যকাত পূথক বৰাক ৰাজ্যৰ দাবী উত্থাপন হৈ অহাৰ সময়তে শিলচৰত জলমিত্ৰ সন্মিলনৰ শেষত সাংবাদিকসকলৰ সন্মুখীন হোৱা মুখ্যমন্ত্ৰীগৰাকীক সাংবাদিকে এই সন্দৰ্ভত প্ৰশ্ন কৰিছিল।

সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘’বৰাকলেণ্ড হৈছে বৰাকবাসীৰ সিদ্ধান্ত। যদি বৰাকবাসীয়ে পৃথক বৰাকলেণ্ড বিচাৰে, আমি বিৰোধিতা নকৰো। আমি কিয় বিৰোধিতা কৰিম? সেয়া যদি বৰাকবাসীয়ে লোৱা সিদ্ধান্ত হয় আমাৰ ক’বলৈ নাই।‘’

Apply Now

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে মন্তব্য কৰে যে ‘অৱশ্যে বাওঁপন্থীসকলে নহয়, বৰাকবাসীয়ে এই সিদ্ধান্ত ল’ব’।

তেওঁ কয়, ‘’মই মুখ্যমন্ত্ৰী হিচাপে সকলোকে একেলগে বাস কৰাটো ৰিচাৰো। যদি কোনোৱে পৃথকভাৱে বাস কৰিব বিচাৰে, তেনেহ’লে তেওঁলোকে প্রথমে বৰাক উপত্যকাৰ জনসাধাৰণৰ মতামত ল’ব লাগিব। বৰাক উপত্যকাৰ জনগণে সমুহীয়াভাৱে ক’ব লাগিব, বাওঁপন্থীসকলে বা আপোনালোকে দেখা দুই-তিনিজন লোকে নহয়।‘’

মুখ্যমন্ত্ৰীয়ে কয় যে কিছু লোকে পৃথক বৰাকৰ দাবী তুলিলেও বহু লোকে তেওঁৰ ওচৰলৈ গৈ পৃথক বৰাকৰ কথা নুশুনিবলৈ কয় আৰু বৰাকবাসীয়ে অসমৰ লগতে থাকিব বিচাৰে বুলিও কয়। গতিকে যিসকলে এই দাবী তুলিছে তেওঁলোকে প্ৰথমে বৰাকবাসীৰ মতামত লোৱা প্রয়োজন। মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, ‘’বৰাকবাসীয়ে যদি সিদ্ধান্ত লয় আমি আলোচনা কৰিম।’

আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সমষ্টি নিৰ্ধাৰণকলৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ বৰাকবাসী সম্পূৰ্ণ সুখী বুলিও দাবী কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

গাঁও অঞ্চলৰ চৰকাৰী স্কুলত অভিভাৱকে কৰিব ‘ছ’চিয়েল অডিট’: স্বাধীনতা দিৱসৰ পৰা নতুন কাৰ্যসূচী চিজেপিৰ

August 12, 2026 8:55 am
শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

শিশুলৈ ভয়াবহ হুমকি কঢ়িয়াই আনিছে চান্দীপুৰা ভাইৰাছ – কিদৰে কৰে মগজুত আক্ৰমণ?

August 12, 2026 8:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd