DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিধানসভাৰ প্ৰথম দিনটোতেই উত্থাপিত হ’ল গো-সুৰক্ষা বিধেয়ক-২০২১

এন ই নাও নিউজ by এন ই নাও নিউজ
July 12, 2021 2:52 pm
E6EgFccVoAUPqIS-750x375
282
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাৰ বাজেট অধিৱেশনৰ সোমবাৰে প্ৰথম দিনটোতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত উত্থাপন কৰে বহুচৰ্চিত গো-সুৰক্ষা বিধেয়ক ২০২১।

প্ৰস্তাৱিত গো-সুৰক্ষা বিধেয়ক ২০২১বিধেয়কখন আলোচনাৰ বাবে উত্থাপন কৰা হৈছে।

ইয়াৰ পূৰ্বে কেবিনেটে বিধানসভাত বিধেয়কথন উত্থাপনত বাবে অনুমোদন জনাইছিল।

বিধেয়কখনৰ জৰিয়তে ‘’ৰাজ্যখনৰ বাহিৰলৈ গৰু চালানত সম্পূৰ্ণ নিষেধাজ্ঞা প্ৰয়োগ কৰিব বিচৰা হৈছে।‘’

বাংলাদেশলৈ গৰুৰ অবৈধ চোৰাং ব্যৱসায় বন্ধ কৰাৰ লক্ষ্যৰে বিধেয়কখন উত্থাপন কৰা হৈছে।

ইপিনে, অসম চৰকাৰৰ গো সুৰক্ষা বিধেয়ক উত্থাপন কৰাৰ পদক্ষেপৰ মাজতে গো মাংসৰ প্ৰচলন থকা উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

গো মাংসৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ অসমৰ মাজেৰে গৰুৰ চালান হয়। যদি অসমত প্ৰস্তাৱিত বিধেয়কখন গৃহীত হয়, তেতিয়াহ’লে উত্তৰ পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত মাংস ৰ এক ব্যাপক নাটনি হ’ব।

অসমৰ প্ৰস্তাৱিত গো-সুৰক্ষা আইনে যদি ৰাজ্যখনলৈ গৰুৰ পৰিবহনত প্ৰভাৱ পেলাই তেতিয়া মেঘালয় চৰকাৰে হস্তক্ষেপ কৰিব বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই ইতিমধ্যে জানিবলৈ দিছে।

উল্লেখ্য যে, অসম বিধানসভাৰ চলিত অধিৱেশনত সৰ্বমুঠ ১৩ খন বিধেয়ক উত্থাপন কৰা হ’ব।

Recent News

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Tips to Relieve Frustration: আপুনিও হতাশাৰ সৈতে যুঁজিছে নেকি? ইয়াৰ সমাধানৰ উপায় জানিব বিচাৰে নে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd