• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“মই কাকো জোৱাই পাতি থোৱা নাই”- বেদখলকাৰীক কঠোৰ সকিয়নী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জাহ্নৱী বৰুৱা,গুৱাহাটী by জাহ্নৱী বৰুৱা,গুৱাহাটী
November 8, 2021 1:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লামডিং সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ সকিয়নী।

১০০ বছৰ ধৰি বসবাস কৰাৰ কথা ভুল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় ” ১০০ বছৰীয়া পুৰণা তাতে কোনো নাই এইবোৰ সকলো বনাই কোৱা কথা। সকলো এতিয়া ধুনীয়াকৈ আঁতৰি গৈছে। যিসকল ১০০ বছৰীয়া পুৰণা তেওঁলোকে forest rights ত কেতিয়াবাতে নিজৰ অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। যিসকল লোকে বেদখল কৰি তাতে বসবাস কৰি আছে তেওঁলোকৰ উচ্ছেদ অভিযান অব্যাহত থাকিব, কাৰণ মই কাকো জোৱাই পাতি ৰাখি থোৱা নাই ।”

Apply Now

আনহাতে হাতী, জেচিবি, টেক্টৰ আদি লৈ উচ্ছেদ অভিযান চলাবলৈ যোৱা আৰক্ষী- প্ৰশাসনক সহযোগিতা আগবঢ়াইছে দখলকাৰীসকলে।

উচ্ছেদৰ পূৰ্বেই জাননী প্ৰেৰণ কৰি জিলা প্ৰশাসনে দখলকাৰীসকলক সেই স্থান এৰি যাবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।

সেই নিৰ্দেশনা অনুসৰিয়েই দখলকাৰীসকলে সংৰক্ষিত বনাঞ্চলখনৰ দখলকৃত ভূমি ত্যাগ কৰি আন স্থানত গৈ অৱস্থান কৰিছে।

আনহাতে একাংশ দখলকাৰীয়ে দাবী কৰিছে যে তেওঁলোক সেই স্থানৰ স্থায়ী বাসিন্দা। শ শ বছৰ ধৰি তেওঁলোক সেই স্থানত বাস কৰি আছে।

ইফালে উচ্ছেদৰ পূৰ্বে জিলা উপায়ুক্ত গৰাকীয়ে কৈছে যে, দাঁতিকাষৰীয়া জিলাৰ পৰা যিসকল ভূমিহীন লোকে সংৰক্ষিত বনাঞ্চলখনত আহি ভূমি দখল কৰি আছিল তেওঁলোকক ভূমি আৱণ্টন দিবলৈ তেওঁ পত্ৰ প্ৰেৰণ কৰিব।

জাহ্নৱী বৰুৱা,গুৱাহাটী

জাহ্নৱী বৰুৱা,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm
দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

দশেৰাৰ দিনাই জঘন্য ঘটনা, কিশোৰীক দলবদ্ধ ধৰ্ষণ ৩ নাবালককে ধৰি ৭ পাষণ্ডৰ

October 24, 2026 1:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd