• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

APDCLলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ, কি সেই নিৰ্দেশনা?

গুজৰাটৰ লেখীয়া প্ৰযুক্তি গ্ৰহণৰ নিৰ্দেশ APDCLক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 6, 2021 4:01 pm
apdcl
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত বিভাগটোৰ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ বিভাগটোৰ অধীনৰ তিনিওটা কোম্পানী ক্ৰমে এপিডিচিএল, এইজিচিএল আৰু এপিজিচিএলৰ কাম-কাজৰ পৰ্যালোচনা কৰে।

 

Apply Now

এই বৈঠকত মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশ।

* এক উন্নত বিলিং চিষ্টেম গঢ়ি কোম্পানীৰ লোকচান হ্ৰাস কৰিবৰ বাবে ৰাজ্যখনত ৬৩ লাখ উপভোক্তাৰ নাম, ফোন নম্বৰ ইত্যাদি সামৰি এক উপযুক্ত ডাটাবেচ তৈয়াৰ কৰাৰ নিৰ্দেশ৷

* কোম্পানীকেইটাক লাভজনক কোম্পানীৰূপে গঢ়ি তোলাৰ বাবে গুজৰাটৰ লেখীয়া প্ৰযুক্তিগত আৰ্হি গ্ৰহণৰ নিৰ্দেশ৷

 

* এপিডিচিএলৰ বিদ্যুৎ মিটাৰিঙৰ শুধৰণিৰ বাবে অহা মাহত চাব ডিভিজনেল ইঞ্জিনিয়াৰ পৰ্যায়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হ’ব মুখ্যমন্ত্ৰী৷

 

* কোম্পানীকেইটাৰ মাইক্ৰ’লেভেল পৰ্যায়ত পৰ্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰোৱাৰ নিৰ্দেশ৷

 

* কোম্পানীকেইটাক সম্পূৰ্ণ বৃত্তিগতভাৱে লাভজনক প্ৰতিষ্ঠানলৈ ৰূপান্তৰকৰণৰ পৰিকল্পনা যুগুত কৰাৰ নিৰ্দেশ৷

 

* কোম্পানীৰ ‘প্ৰফিট মেকিং চেণ্টাৰসমূহত ৫০০ টা ডিষ্ট্ৰিবিউচন ট্ৰেঞ্চফৰ্মাৰ তাৎক্ষণিকভাৱে স্থাপনৰ নিৰ্দেশ৷

 

* বিদ্যুৎ বিলৰ উপৰি এপিডিচিএলৰ অন্যান্য ৰাজহৰ উৎস বিলাক সঠিকভাৱে পৰিচালনা কৰাৰ নিৰ্দেশ৷

* বিদ্যুৎ ক্ৰয়ৰ দায়বদ্ধতা হ্ৰাস কৰাৰ নিৰ্দেশ৷ এই ক্ষেত্ৰত চৰকাৰী বিভাগসমূহৰ অনাদায় বিলসমূহ পূৰণৰ বাবে বাজেট ব্যৱস্থাপনা কৰাৰ নিৰ্দেশ৷

* চৰকাৰী কৰ্মচাৰীয়ে বিদ্যুৎ বিল নিদিয়াকৈ থাকিলে সংশ্লিষ্ট ডিডিঅ’সকলৰ জৰিয়তে কৰ্মচাৰীগৰাকীৰ দৰমহাৰ পৰা এই বিলৰ ধন কৰ্তনৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ৷

 

* বিদ্যুৎ চুৰিৰ গোচৰসমূহ ৰুজু কৰাৰ বাবে পূৰ্বৰ কেইখনমান আৰক্ষী থানাৰ কতৃৰ্ত্ব থকাৰ বিপৰীতে এতিয়াৰ পৰা সকলোবোৰ আৰক্ষী থানাকে এপিডিচিএল আৰক্ষী থানা হিচাপে ঘোষণা কৰাৰ জাননী জাৰি কৰিবলৈ নিৰ্দেশ৷

 

* তিনিওটা কোম্পানীয়ে ২০২১ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা ঋণ আৰু ইয়াৰ সুদক তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্ৰাপ্য লাভালাভ প্ৰদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক নিৰ্দেশ৷

 

* এইজিচিএলৰ ‘আছাম ইন্ট্ৰা ট্ৰেঞ্চমিচন চিষ্টেম এনহেঞ্চমেণ্ট’ প্ৰকল্পৰ দ্বিতীয় পৰ্যায় আৰম্ভ কৰাৰ আগতে এক নিৰপেক্ষ সমিতিৰ দ্বাৰা ভালদৰে অধ্যয়ন কৰাৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ৷

* বৰ্তমানৰ চৰকাৰৰ কাৰ্যকালৰ ভিতৰতে শক্তি বিভাগৰ আটাইকেইটা কোম্পানীকে গুজৰাটৰ লেখীয়া প্ৰযুক্তিগতভাৱে তথা লাভজনকভাৱে সমপৰ্যায়ৰ কোম্পানীলৈ ৰূপান্তৰকৰণৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ ৷

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ, আটক গৌৰৱ গগৈসহ বহু নেতা-কৰ্মী

September 25, 2026 7:15 pm
মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত জনস্বাৰ্থ জড়িত গোচৰ

September 25, 2026 6:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

গোলাঘাটৰ মেৰাপানীত আৰক্ষীৰ অতৰ্কিত অভিযান : প্ৰাক্তন আলফা সদস্যৰ ঘৰৰ পৰা পিষ্টল আৰু সজীৱ গুলী উদ্ধাৰ

September 25, 2026 9:20 pm
২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

২০২৫ চনৰ এছ আই আৰ প্ৰক্ৰিয়াৰ পাছত ভোটাৰ তালিকাত ২ কোটিৰো অধিক জেন জি ভোটাৰৰ অন্তৰ্ভুক্তি : তথ্য প্ৰকাশ নিৰ্বাচন আয়োগৰ

September 25, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd