• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে পশ্চিম কামেং জিলাত মুকলি কৰিলে ২৪ মেগাৱাট ক্ষমতাযুক্ত জলবিদ্যুৎ প্ৰকল্প

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2019 2:28 pm
pema khandu

জলবিদ্যুৎ প্ৰকল্পপ উদ্ধোধন কৰাৰ সময়ত পেমা খাণ্ডু

300
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে শুকুৰবাৰে ২৪ মেগাৱাট ক্ষমতাযুক্ত পশ্চিম কামেং জিলাৰ ডিকছি জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰে।

প্ৰকল্পটোৰ পাৱাৰ হাউছৰ চুইছ অন কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে প্ৰকল্পটো আনুষ্ঠানিকভাৱে মুকলি কৰে।

‘‘অৰুণাচলক দেশৰ পাৱাৰ হাউছ হিচাপে জনা যায়, যদিহে আমি ৰাজ্যখনৰ জলবিদ্যুৎ শক্তিক সঠিক ৰূপত ব্যৱহাৰ কৰিব পাৰো তেন্তে ই আমাৰ আৰ্থনৈতিক দৃশ্যপট সলনি কৰি দিব’’-উদ্ধোধনী ভাষণত এনেদৰে কয় খাণ্ডুৱে।

আনহাতে, ৰাজ্যখনৰ জলবিদ্যুৎ শক্তি বৃদ্ধিৰ বাবে ৰাজ্য চৰকাৰে অধিক প্ৰচেষ্টা হাতত লৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰী খাণ্ডুৱে এই ক্ষেত্ৰত দায়িত্বশীল ব্যক্তিগত প্ৰতিষ্ঠানক অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও মন্তব্য কৰে।

তদুপৰি, পৰিষ্কাৰ আৰু সেউজ শক্তিয়ে ৰাজ্যখনৰ লগতে ইয়াৰ অন্তৰ্গত অঞ্চলসমূহৰ অৰ্থনীতিক তৰান্বিত কৰিব বুলিও তেওঁ কয়।

ৰাজ্য চৰকাৰে ইতিমধ্যে ৰাজ্যখনৰ ২২ টা অকাৰ্য্যকৰী হৈ থকা জল বিদ্যুৎ প্ৰকল্প চিনাক্ত কৰিছে বুলিও মুখ্য মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

অকাৰ্য্যকৰী হৈ থকা এনে প্ৰকল্পসমূহক পুনৰ কাৰ্য্যক্ষম কৰি তোলাৰ বাবে ইতিমধ্যে বিভিন্ন ব্যক্তিগত প্ৰতিষ্ঠানলৈ জাননী জাৰি কৰা হৈছে বুলিও অনুষ্ঠানত খাণ্ডুই কয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd