DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অৰুণাচল

চীন-ভাৰত সীমান্তত দলং নিৰ্মাণ বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনৰ

ৰণনৈতিকভাৱে গুৰুত্বপূৰ্ণ দলংখন উদ্বোধন অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ

by
December 19, 2018 3:06 pm
image7ab48c7d-f4f0-4b99-9142-841edb452990
260
VIEWS
Share on FacebookShare on Twitter

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে যোৱাকালি ১৮ ডিচেম্বৰ মঙলবাৰে আনজাও জিলাৰ অন্তৰ্গত  টিলুৱা নদীৰ ওপৰত টাইডিং আৰু হায়ুলিয়াং চহৰক সংযোগ কৰা দলং এখনৰ উদ্বোধন কৰিছে।

৭ কোটি টকা ব্যয়সাপেক্ষ ১১০ মিটাৰ দৈৰ্ঘ্যবিশিষ্ট তীখাৰ ছুপাৰষ্ট্ৰাংকছাৰৰ ওপৰত নিৰ্মিত এই দলংখন প্ৰজেক্ট উদয়কৰ অন্তৰ্গত বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে (BRO) নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনেৰে গধুৰ সামৰিক আহিলাপাতি চীন সীমান্তলৈ বহন কৰিব পৰা হ’ব।

৪৮ বোৰ্ডাৰ ৰ’ড টাস্ক ফৰ্চৰ কামাণ্ডাৰ কৰ্নেল ৰাজীৱ ধিংৰাই কৈছে, ‘‘এই দলংখন বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰি উলিওৱা আটাইতকৈ দীঘল দলং। এই দলংখন পুৰণি ৩৬০ ফুটৰ বেইলী ব্ৰীজখনৰ পৰিৱৰ্তে ব্যৱহৃত হ’ব। লোহিত জিলাৰ সদৰ তেজুত এটা অৰুণাচল ৰাইজিং কেম্পেইনক সম্বোধন কৰি তেওঁ কৈছে, ‘‘হোলোংগি গ্ৰীনফিল্ড বিমান বন্দৰটো অতি শীঘ্ৰেই নিৰ্মাণ হৈ উঠিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জানুৱাৰিত অৰুণাচল ভ্ৰমণ কৰাৰ আশা আছে আৰু তেওঁ আহি বিমান বন্দৰটোৰ আধাৰশিলা স্থাপন কৰিব।‘’

ইফালে, অৰুণাচল প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপি চৰকাৰে জিলা আৰু ‘অৰুণাচল ৰাইজিং কেম্পেইন’ৰ নামত জনসাধাৰণক আভুৱা ভাৰি আছে।

নতুনকৈ গঠন কৰা লেপা ৰাডা, পাকে কেছাং আৰু শ্বি য়োমি জিলাৰ সন্দৰ্ভত অৰুণাচল কংগ্ৰেছ কমিটীৰ সভাপতি টাকাম সঞ্জয়ে প্ৰশ্ন উত্থাপন কৰিছে যে পৰ্যাপ্ত মানুহ আৰু পদৱীৰ সৃষ্টি নকৰাকৈ কেনেদৰে জিলাকেইখন চলোৱা হ’ব। তেওঁ কয় যে ইয়ে ৰাইজৰ সমস্যা বৃদ্ধিহে কৰিব।

Recent News

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Agnipath: অগ্নিপথ প্ৰকল্পত তিনিদিনত বায়ু সেনাৰ বাবে আবেদন পৰিল ৫৬,৯৬০ খন!

Woman and 6-Year-Old Daughter Gangraped

নৃশংস! চলন্ত গাড়ীত মাতৃসহ ৬ বছৰীয়া শিশুক দলবদ্ধ ধৰ্ষণ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Alia Bhatt: বিয়াৰ আঢ়ৈ মাহৰ ভিতৰতে অন্ত:সত্তা আলিয়া ভাট! ছ’চিয়েল মিডিয়াত নিজেই দিলে ভাল খবৰ

Boris Johnson Gets Chased By Police

কি জগৰ লগালে বৰিছ জনছনে! ষ্টেডিয়ামত জনছনক ধৰিবলৈ পিছে পিছে দৌৰিল পুলিচ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd