• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীৰ পৰা উভতি আহি ‘চেল্ফ আইছ’লেশ্যনত’ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী ৰিঅ’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 16, 2020 6:46 pm

1 min read

দিল্লীৰ পৰা উভতি আহি ‘চেল্ফ আইছ’লেশ্যনত’ নাগালেণ্ডৰ মুখ্য মন্ত্ৰী ৰিঅ’

মুখ্য মন্ত্ৰী ৰিঅ'

1.9k
VIEWS
Share on FacebookShare on Twitter

নতুন দিল্লীৰ পৰা উভতি অহাৰ পাছতে নাগালেণ্ডৰ মুখ্য মন্ত্ৰী নেফিউ ৰিঅ’ই নিজকে চেল্ফ আইছ’লেশ্যনত ৰাখিছে।

কোভিড-১৯ৰ পৰা সুৰক্ষিত হৈ থকা নিৰ্দেশনাৱলী পালন কৰিয়ে ৰিঅ’ই নিজকে আইছ’লেশ্যনত ৰাখিছে বুলি জানিবলৈ দিয়ে।

আনহাতে, কোৱাৰেণ্টাইনত থকা  অৱস্থাৰ পৰাই ৰিঅ’ই নিজৰ কাম-কাজ অব্যাহত ৰাখিব বুলি কয়।

”নতুন দিল্লীৰ পৰা উভতি অহাৰ পাছত সুৰক্ষিত হৈ থকা নীতি-নিৰ্দেশনাৰ বাবেই মই নিজকে আইছ’লেশ্যনত ৰাখিছো। নিজৰ লগতে অন্য লোক সকলৰ সুৰক্ষাৰ কথা ভাবিয়ে এইদৰে আইছ’লেশ্যনত আছো। ইয়াৰ পৰাই কাম অব্যাহত থাকিব,” বৃহস্পতিবাৰে ৰিঅ’ই এইদৰে টুইট কৰে।

মুখ্য মন্ত্ৰী ৰিঅ’ই অন্যান্য বিষয়াসকলকো মাস্ক পৰিধান কৰা, সামাজিক দূৰত্ব বজায় ৰখাৰ লগতে অন্যান্য নীতি-নিৰ্দেশনা সমূহ পালন কৰাৰ বাবে আহ্বান জনায়।

বুধবাৰে মুখ্য মন্ত্ৰী ৰিঅ’ই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক চাউথ ব্লকত সাক্ষাৎ কৰে আৰু ৰাজ্যখনৰ আইন-শৃংখলাজনিত পৰিস্থিতি সন্দৰ্ভত আলোচনা কৰে।

মুখ্য মন্ত্ৰীয়ে ৰাজনাথ সিঙৰ আগত ৰাজ্যখনত  গ্ৰহণ কৰা কোভিড প্ৰতিৰোধী ব্যৱস্থাৱলী সন্দৰ্ভতো অৱগত কৰে।

Recent News

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

brazil-1

উৰিবলৈ লোৱাৰ সময়তে ৰাণৱেত দপদপাই জ্বলি উঠিল বিমান: খেলুৱৈসহ নিহত বহুজন

WhatsApp Image 2021-01-25 at 10.33.45 AM

বেলতলা জামে মছজিদত অচিনাকি যুৱকৰ দলে নামাজ পঢ়াক লৈ উত্তেজনা; ৯জনক আটক

Arnab-Goswami-1-750x375

যিমানেই নামিছে সিমানেই তিতিছে অৰ্ণৱ: কিয় ৪০ লাখ টকা দিছিল পাৰ্থ দাসগুপ্তক?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd