• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লালিগুৰ নিষিদ্ধ কৰিবলৈ জিলা উপায়ুক্তসকলক নিৰ্দেশ মুখ্য মন্ত্ৰী সোণোৱালৰ

বিষাক্ত চুলাইৰ ফলত মৃত্যু হোৱা লোকৰ ঘাতমাউৰা শিশুসকলৰ দায়িত্ব ল'ব ৰাজ্য চৰকাৰে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 4, 2019 9:23 pm

2 min read

sonowal

সৰ্বানন্দ সোণোৱাল। ফাইল ছবি।

297
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা কেইদিনমান পূৰ্বে গোলাঘাট আৰু যোৰহাট জিলাৰ বিভিন্ন অঞ্চলত লালিগুৰৰ পৰা প্ৰস্তুত কৰা বিষাক্ত সুৰা সেৱন কৰি ডেৰ শতাধিক লোকৰো অধিক লোকে প্ৰাণ হেৰুওৱাক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়া হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত লালিগুৰ নিষিদ্ধ কৰিবলৈ মুখ্য মন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।

আজি জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাকক্ষত ৰাজ্যৰ চাহ বাগিচা সমূহৰ বিষয়ৰ ওপৰত পৰ্যালোচনা কৰাৰ বাবে অনুষ্ঠিত হোৱা বৈঠকত এই নিৰ্দেশ দিয়ে মুখ্য মন্ত্ৰী সোণোৱালে।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে চাহ বাগিচা অধ্যুষিত এলেকা সমূহৰ সংশ্লিষ্ট উপায়ুক্তসকলক অবৈধ সুৰাৰ ব্যৱহাৰ আৰু সেৱনৰ ক্ষতিকাৰক দিশ সমূহৰ বিষয়ে জনসচেতনতা সৃষ্টিৰ বাবে উপযুক্ত পদক্ষেপ ল’বলৈও নিৰ্দেশ দিয়ে।

ইয়াৰ উপৰি জনসচেতনতামূলক কাৰ্যসূচী সমূহত বিভাগীয় মন্ত্ৰী, জনপ্ৰতিনিধিকে ধৰি বিভিন্ন সংগঠনসমূহক জড়িত কৰোৱাৰ ব্যৱস্থা ল’বলৈও নিৰ্দেশ দিয়ে। প্ৰয়োজন সাপেক্ষে মুখ্য মন্ত্ৰী নিজে উপস্থিত থাকিব বুলিও কয়।

বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকসকলৰ ঘাতমাউৰা শিশুসকলক জুভেনাইল জাষ্টিচ আইনৰ অধীনত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰতিপালন কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলিও বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰে।

আজিৰ এই বৈঠকত চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্ৰী পল্লব লোচন দাস, মুখ্য মন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব আলোক কুমাৰ, শ্ৰম বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱা, মুখ্য মন্ত্ৰীৰ প্ৰধান সচিবৰ লগতে ৰাজহ, আবকাৰী, শ্ৰম বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে।

Recent News

Ulfa

অৰুণাচল প্ৰদেশৰ ভাৰত-ম্যানমাৰ সীমান্তত ভাৰতীয় সেনাৰ জালত পৰিল আলফা (স্বা)ৰ ৩ কেডাৰ

Sivasagar

শিৱসাগৰত মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্বাচনী টোপ! : বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ স্বয়ম আঁচনিৰ অনুমোদন পত্ৰ বিতৰণ

a mori

এইবাৰ অসমৰ ল’ৰাই পাব বুলেট! শিৱসাগৰত এই মন্তব্য কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ক’লে, ‘Who is সত্যৰঞ্জন? বিজেপিত কোনো সত্যৰঞ্জন নাই!’

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd