• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১৩৭৩গৰাকী নৱনিযুক্ত কনিষ্টবলক নিযুক্তিপত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ : শীঘ্ৰে আৰু ৬ হাজাৰ পদত নিযুক্তি

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2018 8:55 am
24-08-18 Guwahati- CM distributed appointment to Assam Police constable (2)

শুকুৰবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ১৩৭৩গৰাকী নৱনিযুক্ত কনিষ্টবলক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ফটো : ইউ বি

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শুকুৰবাৰে খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগ আৰু অসম আৰক্ষীৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম আৰক্ষীৰ সশস্ত্ৰ শাখাৰ ১৩৭৩গৰাকী নৱনিযুক্ত কনিষ্টবলক আনুষ্ঠানিকভাৱে নিযুক্তিপত্ৰ বিতৰণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

শুকুৰবাৰে নিযুক্তিপ্ৰাপ্ত সৰ্বমুঠ ১৩৭৩গৰাকী কনিষ্টবলৰ ভিতৰত ১৩০গৰাকী মহিলাই নিযুক্তি লাভ কৰিছে।

Apply Now

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয়, ‘‘বৰ্তমানৰ ৰাজ্য চৰকাৰখনে ৰাজ্যখনৰ ৩.৩০ কোটি জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ সুৰক্ষাৰ লগতে সকলো শ্ৰেণীৰ জনসাধাৰণৰ মৰ্যাদা অক্ষুণ্ণ ৰখা আৰু সম উন্নয়নৰ লক্ষ্যৰে আৰম্ভণিৰে পৰা নিষ্ঠা সহকাৰে কৰ্মত অৱতীৰ্ণ হৈ আহিছে। অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱানেও জনসাধাৰণৰ সুৰক্ষা, আইন –শৃংখলা বজাই ৰাখি শান্তিপূৰ্ণ পৰিৱেশ অটুট ৰখাৰ ক্ষেত্ৰত জাগ্ৰত প্ৰহৰীৰ ভূমিকা পালন কৰিব লাগিব।‘’

সোণোৱালে বর্তমানৰ চৰকাৰৰ দিনত একমাত্ৰ যোগ্যতাৰ ভিত্তিত তথা স্বচ্ছ প্ৰক্ৰিয়াৰে নিযুক্তিপত্ৰ প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰি কয় যে কিছু মাহৰ আগতে ২৫০০গৰাকী আৰক্ষী কনিষ্টবলক নিযুক্তি প্ৰদান কৰাৰ উপৰি অসম আৰক্ষীৰ বিভিন্ন পদবীৰ ৬০০০টা পদত নিযুক্তিৰ প্ৰক্ৰিয়া চলাই থকা হৈছে।

আনহাতে, গুৱাহাটীত আয়োজিত ডি জি পি সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্মাৰ্ট পুলিচ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ বিষয়ে উল্লেখ কৰি অসম আৰক্ষীয়ে প্ৰধানমন্ত্ৰীৰ এই লক্ষ্য পূৰণৰ বাবে তেওঁলোকৰ কৰ্মৰ জৰিয়তে স্মাৰ্ট পুলিচ হিচাপে নিজকে গঢ়ি তোলাৰ দিশত নিষ্ঠা সহকাৰে কৰ্তব্যত অৱতীৰ্ণ হ’ব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰৰ ৫ লাখ বিষয়া-কৰ্মচাৰীয়ে ঐক্যবদ্ধভাৱে তথা সেৱাৰ মনোভাৱেৰে কৰ্মত অৱতীৰ্ণ হ’লে ৰাজ্যখন বহুদূৰ আগুৱাই যাব বুলি ব্যক্ত কৰে।

অনুষ্ঠানত অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত সম্পূৰ্ণ স্বচ্ছতা বজাই ৰখাৰ বিষয় সম্বলিত এখন চুটি ছবিও প্ৰদৰ্শন কৰা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

নেপাল ভ্ৰমণলৈ যোৱা ভাৰতীয়লৈ সুখবৰ: এতিয়াৰে পৰা চলিব ২০০ আৰু ৫০০ টকীয়া নোট

July 27, 2026 7:20 am
প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

আই আই টি গুৱাহাটীত চাঞ্চল্যকৰ ঘটনা: শৈক্ষিক ভৱনৰ পৰা পৰি মেধাৱী ছাত্ৰৰ মৃত্যু

July 27, 2026 10:16 am
জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

জাৰ্মানীত প্ৰাইড ৱাকত ভয়ংকৰ আক্ৰমণ: আৰক্ষীৰ এনকাউণ্টাৰত নিহত আই এছৰ সৈতে সম্পৰ্ক থকা যুৱক

July 27, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd