• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিৰে পৰা ৰমজান মাহ; কাৰ্যালয়ৰ কৰ্মচাৰীৰ সময়সূচী সলনি

এন ই নাও নিউজ এন ই নাও নিউজ
গুৱাহাটী , May 7, 2019 12:09 pm

1 min read

আজিৰে পৰা ৰমজান মাহ; কাৰ্যালয়ৰ কৰ্মচাৰীৰ সময়সূচী সলনি
613
VIEWS
Share on FacebookShare on Twitter

আজিৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ ৰমজান মাহ। কেন্দ্ৰীয় হিলাল কমিটীয়ে সোমবাৰে অৰ্থাৎ ৬ মে’ত এই কথা ঘোষণা কৰে। আকাশত জোন দেখি কেন্দ্ৰীয় হিলাল কমিটীয়ে কৰা ঘোষণা অনুসৰি আজি পুৱতি নিশাৰ পৰা ৰমজান মাহৰ শুভাৰম্ভ হৈছে। ত্যাগ আৰু সংযমৰ মাহ হিচাপে পৰিগণিত এই ৰমজান মাহটো উদযাপনৰ বাবে ইছলামধৰ্মী লোকসকলৰ মাজত ব্যাপক উচাহ-উদ্দীপনা পৰিলক্ষিত হয়।

মুখ্য মন্ত্ৰী সোণোৱালে এক বিবৃতি যোগে ৰাজ্যৰ সমূহ ইছলাম ধৰ্মাৱলম্বী লোকলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে মুখ্য মন্ত্ৰী গৰাকীয়ে ৰমজানৰ এই আধ্যাত্মিক পৰিৱেশে সকলোকে শান্তি-সম্প্ৰীতিৰে আমাৰ সমাজ জীৱন অধিক শক্তিকশালী কৰাৰ দিশত অনুপ্ৰাণিত কৰিব বুলিও আশা প্ৰকাশ কৰে।

ইফালে পৱিত্ৰ ৰমজান মাহ উপলক্ষে আজিৰ পৰা ইছলাম ধৰ্মাৱলম্বী কৰ্মচাৰীসকলৰ বাবে কাৰ্যালয়ৰ ছুটীৰ সময় পাঁচ বজাৰ পৰিৱৰ্তে ৪.৩০ বজালৈ হ্ৰাস কৰিছে। উক্ত কৰ্মচাৰীসকলে পুৱা কাৰ্যালয়লৈ অহাৰ সময় পুৱা ৯ বজাত ধাৰ্য কৰিছে।

Recent News

Screenshot_20210116_215725

জাগুনত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, এজনক গ্ৰেপ্তাৰ

IMG-20210116-WA0054

বোকাখাতত প্ৰথম দিনা ৬৭ গৰাকী স্বাস্থ্য কৰ্মীক ক’ভিড১৯ৰ প্ৰতিষেধক প্ৰদান

WhatsApp Image 2021-01-16 at 6.46.28 PM

গুৱাহাটীত ক’ভিড-১৯ৰ টীকাকৰণ অভিযানৰ শুভাৰম্ভ স্বাস্থ্য মন্ত্ৰীৰ; তিনি বিশিষ্ট চিকিৎসকে ল’লে ভেকচিন

WhatsApp Image 2021-01-16 at 6.46.03 PM

অজাপৰ যোগদান সমাৰোহ; এইবাৰ অসমত জাতীয়তাবাদৰ চৰকাৰ অহাটো নিশ্চিত: লুৰীণজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd