• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৫ দিনৰ পাছত পাহাৰৰ পৰা নামিল মুখ্যমন্ত্ৰী সোণোৱাল; কেতিয়া ল’ব পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ চুড়ান্ত সিদ্ধান্ত?

‘মুখ্যমন্ত্ৰীটো ডাঙৰ কথা নহয়, কোভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে আটাইতকৈ ডাঙৰ কথা’ সোণোৱাল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
May 7, 2021 3:00 pm
sonowal
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ফলাফল ঘোষণা হোৱাৰ ৫ দিনৰ পাছত অৰ্থ্যাৎ যোৱা ২ মে’ৰ পৰা আজি পোনপ্ৰথমবাৰলৈ খাৰঘুলিৰ পাহাৰস্থিত ব্ৰহ্মপুত্ৰ অতিথিশালাৰ পৰা নামি আহিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

পাহাৰৰ পৰা নামি আহিয়েই পোনে পোনে সৰুসজাইস্থিত কোভিড কেয়াৰ চেন্টাৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Apply Now

চেন্টাৰ পৰিদৰ্শন কৰি সোণোৱালে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীকেন্দ্ৰিক চৰ্চাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কয় ‘মুখ্যমন্ত্ৰীটো ডাঙৰ কথা নহয়, কোভিড সংক্ৰমণৰ পৰা জনতাক ৰক্ষা কৰাটোহে আটাইতকৈ ডাঙৰ কথা হৈছে। সকলোৱে দায়ৱদ্ধতাৰে আমাৰ কামখিনি কৰি যাব লাগিব। ‘বৰাক-ব্ৰহ্মপুত্ৰ-পাহাৰ ভৈয়াম সকলোৱে দৃঢ়তাৰে যুঁজ দিব।ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি সফল হ’বই লাগিব আৰু অসমৰ ৰাইজক নিৰোগী আৰু স্বাস্থ্যবান কৰি ৰাখিবই লাগিব।‘ সোণোৱালে লগতে কয়।

ইপিনে, সাংবাদিকে পুনৰ চৰকাৰ কেতিয়া গঠন হ’ব বুলি সোধাত সোণোৱালে কয় ‘চৰকাৰ হ’বই, নিশ্চিতভাৱে হ’ব, আৰু বেছি দিন নহয়। কিন্তু এই মুহূৰ্তৰ যিটো মানৱীয় দায়িত্ব আৰু কৰ্তব্য হৈছে অসমৰ ৰাইজক এই ভাইৰাছৰ পৰা ৰক্ষা কৰা।‘

‘দুই এদিনতে সংসদীয় পৰিক্ৰমা ব’ৰ্ডৰ বৈঠক হ’ব আৰু এই বৈঠকেই চুড়ান্ত সিদ্ধান্ত ল’ব। আপোনালোকে সেইটোক লৈ চিন্তা কৰিব নালাগে।‘ সোণোৱালে এইদৰে কয়।

আনহাতে, ৰাজ্যৰ স্বাস্থ্য বিভাগ কোভিড-১৯ ৰ বিৰুদ্ধে নিষ্ঠাৰে যুদ্ধত লিপ্ত হৈছে বুলি উল্লেখ কৰি সোণোৱালে লগতে কয় ‘পৰিস্থিতি ভয়াবহ হৈছে কিন্তু নিয়ন্ত্ৰণ কৰিব লাগিব। নিয়ন্ত্ৰণ কৰিবলৈ হ’লে সকলো শ্ৰেণীৰ ৰাইজৰ সহযোগিতা লাগিব। স্বাস্থ্য বিভাগৰ তৰফৰ পৰা যিখিনি নিৰ্দেশনা দিছে সেইখিনি মানি চলিবই লাগিব, ইয়াৰ কোনো বিকল্প নাই।‘

তেওঁ আৰু কয় ‘পৰিস্থিতি সেই পৰ্য্যায়লৈ যাব নালাগে যিটো পৰ্য্যায়ত লকডাউনৰ কথা আহিব পাৰে। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনে নিশাই এইক্ষেত্ৰত কষ্ট কৰি চোৱা-চিতা কৰি আছে।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd