DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বোকাখাতৰ হোটেলত পেৰা আৰু পুৰিৰ সোৱাদ ল’লে মুখ্য মন্ত্ৰী সোণোৱালে

উত্তম শইকীয়া by উত্তম শইকীয়া
October 1, 2019 6:54 am
CM in Hotel.1

বোকাখাতৰ হোটেলত পুৰি চব্জি-পেৰাৰ সোৱাদ লৈছে মুখ্য মন্ত্ৰী সোণোৱালে। ফটো : নৰ্থইষ্ট নাও

13.1k
VIEWS
Share on FacebookShare on Twitter

সোনাৰীত উপ নিৰ্বাচনৰ মনোনয়ন পত্ৰত অংশগ্ৰহণ কৰি উভটি অহাৰ পথত বোকাখাতত পুৰি আৰু পেৰাৰ সোৱাদ লয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বোকাখাত নগৰৰ গজৰাজ নামৰ হোটেলখনত সোমবাৰে কলৰ পাতত পুৰি আৰু আলু চব্জিৰ লগতে চাহ আৰু পেৰা খায় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

কলেজীয়া দিনৰে পৰাই ডিব্ৰুগড়ৰ পৰা গুৱাহাটীলৈ যাওঁতে বোকাখাতৰ গজৰাজ হোটেলতে পুৰি চব্জি খাইছিল সৰ্বানন্দ সোণোৱালে ৷

মুখ্য মন্ত্ৰী হোৱাৰ পাচত সুদীৰ্ঘ দিনৰ পাছত পুনৰ সোমবাৰে সন্ধিয়া পুৰি চব্জি আৰু পেৰা খাই কিছু নষ্টালজিকো হৈ পৰে মুখ্য মন্ত্ৰী গৰাকী ৷

মুখ্য মন্ত্ৰীৰ লগত বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা, টিংখাঙৰ বিধায়ক বিমল বৰা বিজেপিৰ নেতা ফনী শৰ্মা আৰু প্ৰাক্তন বিধায়ক জগদীশ ভূঞাৰ উপৰিও স্থানীয় দলীয় কৰ্মীয়েও পুৰি চব্জিৰ সোৱাদ লয় ৷

ভাৰতীয় জনতা পাৰ্টীৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা জনজাগৰণ কাৰ্যসুচীত নিজেই সৰ্বসাধাৰণৰ লগত বোকাখাতৰ হোটেলত বহি কলপাতত পুৰি চব্জি আৰু পেৰাৰ সোৱাদ ল’বলৈ পায় তেওঁ সুখী বুলি মন্তব্য কৰে সোণোৱালে ৷

পুৰি পেৰা খায় সকলোকে মুখ্য মন্ত্ৰী গৰাকীয়ে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনাই গুৱাহাটী অভিমুখে যাত্ৰা কৰে ৷

Recent News

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

অসমক ভালপোৱাৰ নামত নৰেন্দ্ৰ মোদীয়ে ঘঁৰিয়ালৰ চকুপানী টুকিছে- ৰিপুন বৰা

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

ফেমিনা মিছ ইণ্ডিয়া ৱৰ্ল্ড ২০২২

Flood in Assam

ধাৰ লৈ বান ক্ষতিগ্রস্তক ক্ষতিপূৰণ দিবলৈ বিচৰা বিজেপিয়ে এতিয়া মিছাৰ আশ্রয় লৈছে: আঞ্চলিক গণ মৰ্চা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd