• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যখনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনা “NRC-ৰ প্ৰকাশ”ৰ ২৪ ঘণ্টাৰ পিছতো মৌন মুখ্য মন্ত্ৰী সোণোৱাল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , September 1, 2019 6:38 pm

1 min read

NRC_Sonowal
2.8k
VIEWS
Share on FacebookShare on Twitter

চূড়ান্ত এন আৰ চি প্ৰকাশৰ ২৪ ঘণ্টা পাৰ হোৱাৰ পিছতো ৰাজ্যখনৰ ইতিহাসৰ গুৰুত্বপূৰ্ণ ঘটনাটো সন্দৰ্ভত নীৰৱ হৈয়ে আছে ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

এন আৰ চিক লৈ চৰকাৰ, বিৰোধীৰ পৰা আৰম্ভ কৰি বিভিন্ন দল-সংগঠন আৰু ব্যক্তিলৈকে সকলোৱে নিজা নিজা প্ৰতিক্ৰিয়া আগ বঢ়োৱাৰ বিপৰীতে ৰাজ্যখনৰ “মুৰব্বী”ৰ এই নীৰৱতা তাৎপৰ্য্যপূৰ্ণ।

ছ’চিয়েল মিডিয়াতো মুখ্য মন্ত্ৰীজনে অন্যান্য পোষ্ট দিছে যদিও এন আৰ চি বিষয়ক কোনো আপডেইট দিয়া দেখা নগ’ল।

ফেইচবুক আৰু টুইটাৰৰ নিজৰ একাউণ্টৰ জৰিয়তে চূড়ান্ত এন আৰ চি প্ৰকাশৰ আগদিনা মুখ্য মন্ত্ৰীজনে অসমৰ বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়ামৰ ৰাইজক ইয়াত সহযোগিতা আগ বঢ়াবলৈ আহ্বান জনাই দিয়া পোষ্টটোৱেই এই বিষয়ত মুখ্য মন্ত্ৰী সোণোৱালৰ অন্তিম বক্তব্য আছিল।

ইপিনে সোণোৱাল চৰকাৰৰ কেইবাজনো মন্ত্ৰী, বিধায়কে এন আৰ চি সন্দৰ্ভত বিভিন্ন অসন্তুষ্টি প্ৰকাশক আৰু অগ্ৰাহ্যসূচক মন্তব্য দি আছে।

ঐতিহাসিক ঘটনাটোৰ সময়ত ৰাজ্যখনৰ মুৰব্বী হিচাপে সোণোৱালৰ স্থিতি আৰু মন্তব্য জানিবলৈ আগ্ৰহী হৈ থকা অসমৰ জনগণৰ অপেক্ষা দীঘলীয়া হোৱাৰ সম্ভাৱনা আছে। বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ বক্তব্য আৰু স্থিতিয়ে সেই অপেক্ষাৰ অন্ত পেলাব পাৰে।

Recent News

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd