• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ক’লা-বগাৰ বাহিৰত আপোচৰ স্থান নাই’, ভোটাৰক কৃতজ্ঞতা জনাই বিৰোধীৰ কটাক্ষৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী বিজয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 2, 2026 9:37 am
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথম নিৰ্বাচনতে জয়লাভ কৰিছে তেওঁৰ দল ‘টিভিকে’। তামিলনাডুৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে ভোটাৰক ধন্যবাদ জনাবলৈ ৰাজহুৱাকৈ ওলাই আহিল নতুন মুখ্যমন্ত্ৰী চি জোচেফ বিজয়। মুখ্যমন্ত্ৰী হিচাপে এয়া তেওঁৰ প্ৰথম ‘ধন্যবাদ ভাষণ’। বিজয়ৰ অভাৱনীয় বিজয়ে বহু ৰাজনৈতিক বিশ্লেষকক আচৰিত কৰি তুলিছে।তেওঁৰ সফলতাৰ ফলতে এম কে ষ্টেলিনৰ ডি এম কে চৰকাৰৰ পতন ঘটে।

সোমবাৰে সন্ধিয়া তিৰুচিৰাপল্লীত ভৰি দিয়ে বিজয়ে। ২০১৫ চনৰ ছেপ্টেম্বৰ মাহত তিৰুচিৰাপল্লীৰ পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছিল। আজি বিমানবন্দৰৰ পৰা ওলাই অহাৰ লগে লগে তেওঁক ঘেৰি ধৰিলে জনতাই।

Apply Now

“বিজয়! বিজয়!” এই শ্লোগানে চৌপাশ কঁপাই তুলিলে। ইয়াৰ পিছত তাৰ পৰাই ৰোড শ্ব’ত অংশ লয়। ৰাইজৰ বিপুল হাতচাপৰিৰ মাজতে মুখ্যমন্ত্ৰীয়ে মাত্ৰ এটা শব্দৰে ভাষণ আৰম্ভ কৰিলে – “ধন্যবাদ।”

ডি এম কে আৰু এ আই এ ডি এম কেৰ দৰে সুপৰিচিত ৰাজনৈতিক দললৈ আঙুলিয়াই বিজয়ে কয় যে, “ইমান বছৰে আপোনালোকক প্ৰতাৰণা কৰাসকলক আপোনালোকে নাকচ কৰিছে। আপোনালোকে মোক জয়ী কৰিছে। তাৰ বাবে মই আপোনালোকৰ ওচৰত কৃতজ্ঞতাৰে মূৰ নত কৰিছো।”

নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰাত বিজয়ে এতিয়া মিত্ৰজোঁটৰ চৰকাৰ চলাই আছে। তেওঁ নিজৰ সমৰ্থকসকলক অকপটে কয় যে যদি তেওঁৰ দলে আৰু কেইখনমান আসন লাভ কৰিলেহেঁতেন তেন্তে কাম কৰাটো বহুত সহজ হ’লহেঁতেন। অৱশ্যে ভৱিষ্যতক লৈ তেওঁ আত্মবিশ্বাসী। বিজয়ৰ ভাষাত, “মই নিশ্চিত যে অনাগত দিনত আপোনালোক সকলোৰে সমৰ্থন পাম। মই কেনেকৈ কাম কৰো সেয়া চালে আপোনালোকে মোৰ শলাগ ল’ব।”

চৰকাৰী অনুষ্ঠানত চুট পিন্ধা বুলি বিৰোধীয়ে কৰা কটাক্ষৰো প্ৰত্যুত্তৰ দিয়ে অভিনেতা-ৰাজনীতিবিদগৰাকীয়ে। বিজয়ে কয়, “মোৰ চুটৰ ৰং সদায় ক’লা-বগা। ইয়াৰ এটা অৰ্থ আছে। মই সকলো চকুৰে স্পষ্টকৈ দেখো। ভাল বেয়াৰ মাজত মোৰ আপোচৰ কোনো স্থান নাই।”

নতুন মুখ্যমন্ত্ৰীক আদৰণি জনাই বিমানবন্দৰত উপস্থিত আছিল মন্ত্ৰী আধৱ অৰ্জুন, এছ ৰমেশ আৰু লোকসভাৰ সাংসদ দুৰাই ভাইকো। এই বিশাল জাকজমকীয়া ৰোডশ্ব’টোৱে বিমানবন্দৰৰ পৰা ছেইণ্ট জোচেফ কলেজলৈকে প্ৰায় ১০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল।

ভোটাৰক ধন্যবাদ জনোৱাৰ বাবে তিৰুচিৰাপল্লী বাছি লোৱাৰ এটা ডাঙৰ কাৰণ আছে। তাত থকা ‘তিৰুচিৰাপল্লী ইষ্ট’ সমষ্টিৰ ৰাইজে তেওঁক ভোটদান কৰি বিপুল ব্যৱধানত জয়ী কৰে। এইবাৰ বিজয়ে দুখন আসনৰ পৰা জয়লাভ কৰিছে। আনখন আসন আছিল চেন্নাইৰ পেৰাম্বুৰ। অৱশ্যে নতুন মুখ্যমন্ত্রীয়ে তিৰুচিৰাপল্লী ইষ্টৰ আসনখন ত্যাগ কৰি নিয়ম অনুসৰি পেৰাম্বুৰ আসনখন নিজৰ বাবে ৰখাৰ সিদ্ধান্ত লয়৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

অৰ্কিড পাৰ্কৰ নামত কৰ ফাকি: শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে তদন্তৰ অনুমতি বিচাৰিলে চৰকাৰে

July 16, 2026 9:00 am
ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

ইংলেণ্ডক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত আৰ্জেণ্টিনা; 

July 16, 2026 7:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় অৰ্থ মন্ত্ৰালয়ৰ এই সিদ্ধান্ত বৃহস্পতিবাৰৰ পৰা কাৰ্যকৰী হৈছে

July 16, 2026 1:08 pm
গুৱাহাটীৰ ওদালবাক্ৰাত  পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

গুৱাহাটীৰ ওদালবাক্ৰাত পাহাৰৰ পৰা বাগৰি অহা বিশাল শিলৰ খুন্দাত বাসগৃহ ধ্বংস, কথমপি ৰক্ষা পৰিল পৰিয়াল

July 16, 2026 10:54 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd