• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাৰ মত-বিনিময়

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 7:17 pm
CM Media adviser

বিশ্বভাৰতী বিশ্ববিদ্যালয়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা

636
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে পশ্চিমবংগৰ বলপুৰস্থিত শান্তি নিকেতনত উপস্থিত হৈ বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ উপৰি বিভাগটোৰ বিভিন্ন দিশ সম্পৰ্কত সংস্কৃত, পালি আৰু প্ৰাকৃত বিভাগৰ মূৰব্বী অধ্যাপক তথা ‘ভাষা ভাৱনা’ৰ অধ্যক্ষ প্ৰফেচাৰ নৰোত্তম সেনাপতি আৰু বিশ্ববিদ্যালয়খনৰ অসমীয়া ভাষা বিভাগৰ ভাৰপ্ৰাপ্ত মূৰব্বী তথা সহকাৰী অধ্যাপক সংগীতা শইকীয়াৰ লগতো আলোচনাত মিলিত হয়।

মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে বিশ্বভাৰতী বিশ্ববিদ্যালয়ৰ ভাষা ভৱনত থকা অসমীয়া বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত-বিনিময় কৰাৰ সময়ত কয় যে চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ সৈতে ভাষা-সাহিত্য-সংস্কৃতিৰ ক্ষেত্ৰত অসমৰ পূৰ্বৰে পৰা গভীৰ সম্পৰ্ক আছে বুলি কয়।

এই সম্পৰ্ক অধিক দৃঢ় কৰিবলৈ অসম চৰকাৰে পদক্ষেপ লৈছে বুলি উল্লেখ কৰি গোস্বামীয়ে অসম ভৱনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ পূৰ্ণায়াৱব প্ৰতিমূৰ্তি স্থাপনৰ বিষয়টো  উল্লেখ কৰি মিডিয়া উপদেষ্টা গৰাকীয়ে কয় যে এইগৰাকী মহান সাহিত্যিকে নিজৰ সাহিত্য সম্ভাৰৰে অসমৰ সৈতে পশ্চিমবংগ আৰু ওড়িশাৰ সম্পৰ্ক সুদৃঢ়ি কৰি তুলিছিল। আমাৰ মহান পুৰুষসকলৰ আদৰ্শ আৰু কৰ্মৰাজি প্ৰসাৰৰ ক্ষেত্ৰটো নতুন প্ৰজন্মই গুৰু দায়িত্ব বহন কৰিব লাগিব বুলি মুখ্য মন্ত্ৰীৰ উপদেষ্টা গৰাকীয়ে লগতে কয়।

আনহাতে, প্ৰফেচাৰ নৰোত্তম সেনাপতিৰ সৈতে হোৱা আলোচনাৰ সময়ত মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টাগৰাকীয়ে অসমীয়া বিভাগটোৰ মাধ্যমৰে অসমীয়া ভাষাৰ অধিক প্ৰসাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

এই ক্ষেত্ৰত অসম চৰকাৰৰ তৰফৰ পৰা প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱা হ’ব বুলিও তেওঁ কয়।

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd