• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, April 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

চি এন এনৰ সাংবাদিকৰ প্ৰশ্নত কিয় খং উঠিল ট্ৰাম্পৰ ­? আধাতে সামৰিলে সংবাদমেল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 29, 2020 2:35 pm

1 min read

trump
2.5k
VIEWS
Share on FacebookShare on Twitter

আমেৰিকাত ক’ৰ’ণা ভাইৰাছে সংহাৰৰ সৃষ্টি কৰাৰ সময়ৰে পৰাই মন-মেজাজ ভাল নহ’য় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ।

ক’ৰ’ণা ভাইৰাছক লৈ ট্ৰাম্পে কয় কিবা এটা,বিশ্ব স্বাস্থ্য সংস্থাই কয় আন কিবা এটা।

ইপিনে বিৰোধীৰ হেঁচাতো আছেই । এনে পৰিস্থিতিত অলপ কথাতেই খং উঠা হৈছে ট্ৰাম্পৰ।

শেহতীয়াকৈ ট্ৰাম্পে আয়োজন কৰে এখন সংবাদ মেল। ক’ৰ’ণাৰ সংক্ৰমণ সন্দৰ্ভত আয়োজন কৰা সংবাদমেল খনত বিশ্বৰ বিখ্যাত সংবাদ প্ৰতিষ্ঠান সমূহৰ সাংবাদিক উপস্থিত আছিল।

ট্ৰাম্পে সাংবাদিকৰ সকলো প্ৰশ্নৰ উত্তৰ দি গৈছিল যদিও চি এন এনৰ সাংবাদিকে সোধা এটা প্ৰশ্নত ট্ৰাম্প জাঙুৰ খাই উঠিল।

চি এন এনৰ সাংবাদিক কাইলান কলিন্সে ট্ৰাম্পক হাইড্ৰক্সি ক্ল’ৰ’কুইন টেবলেটৰ কাৰ্যকাৰিতাৰ বিষয়ে প্ৰশ্ন কৰাৰ লগে লগে ট্ৰাম্প খঙত একো নাই হৈ পৰিল।

তেওঁ লগে লগে সংবাদমেল আধাতে সামৰি উঠি গুচি গ’ল।

বিগত কিছু দিনত ট্ৰাম্পক আটাইতকৈ আমনি কৰা বিষয়টোৱেই হৈছে হাইড্ৰক্সি ক্ল’ৰ’কুইন টেবলেটৰ প্ৰসংগ।

ট্ৰাম্পে এই দৰৱ বিধ ভাল বুলি কোৱাৰ বিপৰীতে খোদ মাৰ্কিন স্বাস্থ্য বিভাগেই দৰৱ বিধৰ কোনো কাম নাই বুলি কৈ আহিছে।

ইমানৰ পিছতো ট্ৰাম্পে নিজৰ স্থিতিৰ পৰা আঁতৰি যোৱা নাই।

সেই একেটা বিৰক্তিকৰ বিষয়েই সংবাদিকে উত্থাপন কৰাত খং উঠিল ট্ৰাম্পৰ।

Recent News

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱলৈ অসমীয়া চুটি ছবি ‘মঙহ দহাৰ গোন্ধ’ৰ মনোনয়ন লাভ

index.jpgaa

ৰঙালীৰ উছাহৰ মাজতে বজালীত কোভিডৰ আগ্ৰাসন : শনিবাৰে জিলাখনত আৰু ৫ গৰাকী আক্ৰান্ত

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

টি২০ বিশ্বকাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তান ক্ৰিকেট টীম, নিশ্চয়তা প্ৰদান বিচিচিআইৰ

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

ক’ভিড নিয়ন্ত্ৰণৰ বাবে সকলো জীৱনদায়িনী ঔষধৰ জিএছটি বাতিলৰ বাবে কেন্দ্ৰক কংগ্ৰেছৰ দাবী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd