DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, March 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মাৰ্ঘেৰিটা বজাৰত ক’ল ইণ্ডিয়াৰ শীতল খোৱাপানী যোগান প্ৰকল্প

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 25, 2019 9:34 pm
Coal India funded drinking water project launched at Margherita market

দেওবাৰে খোৱাপানী যোগান প্ৰকল্প উদ্বোধনৰ ছবি। নৰ্থইষ্ট নাও।

995
VIEWS
Share on FacebookShare on Twitter

মাৰ্ঘেৰিটাৰ ল’ৱাৰ মাৰ্কেটত দেওবাৰে ক’ল ইণ্ডিয়াৰ শীতল খোৱাপানী যোগান প্ৰকল্প এটা মুকলি কৰা হয়।

বজাৰখনৰ ব্যৱসায়ী আৰু গ্ৰাহক ৰাইজৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্যসন্মত খোৱাপানীৰ সমস্যাটো এই প্ৰকল্পই দূৰ কৰিব বুলি আশা কৰা হৈছে।

ক’ল ইণ্ডিয়াৰ কৰ্পৰে’ট চ’চিয়েল ৰেছপনছিবিলিটি পুঁজিৰে নিৰ্মিত প্ৰকল্পটোত মুকলি কৰে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই।

“প্ৰকল্পটোৱে বজাৰখনৰ দীৰ্ঘদিনীয়া এক অভাৱ পূৰণ কৰিলে,” শৰ্মাৰ মন্তব্য।

অনুষ্ঠানটোত উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ মহাপ্ৰবন্ধক যুগল কুমাৰ বৰা আৰু মহকুমাধিপতি সুমিত সত্তাৱনো উপস্থিত আছিল।

মাৰোৱাৰী যুৱ মঞ্চই নিৰ্মাণ সম্পূৰ্ণ কৰা এই পানী বিশুদ্ধকৰণ প্ৰকল্পটো আৰ অ’ (Reverse Osmosis) প্ৰযুক্তিযুক্ত।

উদ্বোধক বিধায়ক শৰ্মাই প্ৰকল্পটোৰ বাবে ক’ল ইণ্ডিয়াক ধন্যবাদ জ্ঞাপন কৰে।

মহাপ্ৰবন্ধক বৰাই নগৰখনৰ অন্যান্য অঞ্চলতো চি এছ আৰ পুঁজিৰ অধীনত এনে খোৱাপানী প্ৰকল্প স্থাপনৰ বাবে আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

Recent News

Salman Khan

সিদ্ধু মুছেৱালাৰ দৰেই হ’ব গতি! পুনৰ হত্যাৰ ভাবুকিভৰা মেইল বলীউডৰ ভাইজানলৈ

Rahul Gandhi

ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ: ঐক্যবদ্ধ প্ৰতিবাদৰ আহ্বান হীৰেন গোহাঁই, নাগৰিক সমাজৰ

Lovlina Borgohain

অসমকন্যাৰ হাতৰ মুঠিত বিশ্ব: লাভলিনাৰ বিশ্বজয়

Nikhat Zareen World Boxing Championships

আনষ্টপেবল নিখাত: ক্ৰমাগত দ্বিতীয়টো বিশ্ব চেম্পিয়নশ্বিপ স্বৰ্ণ জয় নিখাত জাৰিনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd