DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 7, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

কয়লাৰ অভাৱ: আমদানিকৃত গেছৰ সহায়ত এনটিচিপি প্ৰকল্প পুনৰ আৰম্ভ কৰিব কেন্দ্ৰই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 14, 2022 2:40 pm
NTCP plant
87
VIEWS
Share on FacebookShare on Twitter

নেৰানেপেৰা বৰষুণৰ ফলত খনিৰ খনন বাধাগ্ৰস্ত হোৱাৰ বাবে দেশত বাৰিষা কালত হ্ৰাস হ’ব পাৰে কয়লাৰ যোগান। এনে অৱস্থাত বাৰিষা মাহত শক্তি উৎপাদনৰ বাবে আমদানি কৃত গেছ ব্যৱহাৰ কৰি মুঠ ৫ গিগাৱাটতকৈ অধিক ক্ষমতাৰ এনটিচিপি প্ৰকল্প পুনৰ আৰম্ভ কৰিবলৈ সাজু হৈছে কেন্দ্ৰ।

আমদানিকৃত গেছ ব্যৱহাৰেৰে উৎপাদিত বিদ্যুতৰ মূল্য প্ৰতি ইউনিটত ২২ বা ২৩ টকা হোৱাৰ সম্ভাৱনা আছে। যদি সেয়া হয়, বৰ্তমানৰ বিদ্যুৎ শুল্কতকৈ এই পৰিমাণ প্ৰায় চাৰি-পাঁচ গুণ অধিক হ’ব পাৰে।

ইতিমধ্যে শক্তি মন্ত্ৰালয়ৰ বিষয়াসকলে এনটিপিচিৰ সৈতে এই সন্দৰ্ভত সন্মিলন অনুষ্ঠিত কৰিছে।

সূত্ৰ অনুসৰি চৰকাৰে গেছ-আধাৰিত শক্তি প্ৰকল্প পৰিচালনা কৰাৰ সম্ভাৱনা পৰীক্ষা কৰি আছে। অৱশ্যে শুল্ক বৃদ্ধিৰ আশংকা এই ক্ষেত্ৰত আটাইতকৈ প্ৰত্যাহ্বানজনক হিচাপে বিবেচিত হৈছে।

ভাৰতৰ সৰ্বাধিক বৈদ্যুতিক শক্তিৰ চাহিদাই যোৱা সপ্তাহত একেৰাহে ৩ দিনৰ বাবে অভিলেখ ভংগ কৰিছিল। এই সময়চোৱাত বৃদ্যুৎ চাহিদা ২১১ গিগাৱাটতকৈ অধিক হৈ পৰিছিল।

শক্তি প্ৰকল্পবোৰত কয়লাৰ মজুত যোৱা মাহত ২০ নিযুত টনৰ পৰা ২৪ নিযুত টনলৈ বৃদ্ধি হৈছে। অৱশ্যে বৰষুণৰ বাবে এই পৰিমাণ পৰ্যাপ্ত নহ’ব বুলি জানিব পৰা গৈছে।

Recent News

Assam Career অভয়াপুৰী মহাবিদ্যালয়ত

Assam Career : অভয়াপুৰী মহাবিদ্যালয়ত কনিষ্ঠ সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

Sivasagar

শিৱসাগৰৰ স্বাস্থ্যকৰ্মীৰ আত্মহত্যা কাণ্ড: চুইচাইড নোটৰ আধাৰত গ্ৰেপ্তাৰ হ’ল দম্পতী

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Elon Musk ৯ টা সন্তানৰ পিতৃ ইলন মাস্ক! আদালতৰ নথিত ওলাইছে গোপন তথ্য

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Nomination to Rajya Sabha পিটি উষা,ইল্লাইয়াৰাজা…ৰাজ্যসভালৈ মনোনীত চাৰিগৰাকী প্ৰখ্যাত ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd