• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাৰ্ঘেৰিটাত অব্যাহত আছে কয়লাৰ চোৰাং বেহা; জেচিবিসহ জব্দ ৫খন কয়লাভৰ্তি ডাম্পাৰ

মানস প্রতীম গগৈ by মানস প্রতীম গগৈ
January 7, 2020 7:31 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাৰ্ঘেৰিটাত বৰ্তমানেও কয়লাৰ চোৰাং বেহা চলি থকাৰ তথ্য পোহৰলৈ আহিছে। আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষীয়ে ৫খন কয়লা ভৰ্তি ডাম্পাৰ আৰু এখন কয়লা খননত ব্যৱহীত জেচিবি মাৰ্ঘেৰিটা জব্দ কৰে৷ নামটকৰ পৰা জব্দ কয়লাখিনিৰ মূল্য কেইবালাখ টকা হ’ব৷

উল্লেখযোগ্য যে ৰাজ্যত কয়লা চিণ্ডিকেটক কেন্দ্ৰ কৰি সৰৱ চৰ্চা চলি থকাৰ সময়তে ৰাজ্যত কেব আৰু পৰবৰ্তী সময়ত ‘কা’ বিৰোধী আন্দোলনে জোৰদাৰ হৈ উঠাৰ লগে লগে উজনি অসমৰ মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কয়লাৰ চোৰাং সৰবৰাহ ব্যাহত হৈ পৰিছিল।

Apply Now

জেচিবি, ফকলেণ্ড আদি গাড়ী ব্যৱহাৰ কৰি নামদাং, নামটক, আৰধাৰা, টিকক ফিনবৰু আদি অঞ্চলত কয়লা ব্যৱসায়ীয়ে জমা ৰখা কয়লা সৰবৰাহ বন্ধ থকাৰ সময়তে আজি নামটকত ৫খন ডাম্পাৰত কয়লা বোজাই কৰি স্থানীয় কোক ক’ল উদ্যোগলৈ সৰবৰাহ কৰিবলৈ লওঁতেই জব্দ কৰে আৰক্ষীয়ে৷

অৱশ্যে আৰক্ষীয়ে চোৰাং কয়লা মজুত থকা বুলি অভিযোগ উঠা নামদাং, নামটক, আৰধাৰা আদি অঞ্চলত কোনো অভিযান চলোৱা নাই৷ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি আজিৰ ঘটনাৰ সৈতে তিনিচুকীয়া জিলাৰ কেইজনমান ছালফা জড়িত আছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে জাগুন বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বালিজানত কুখ্যাত কয়লা মাফিয়া মনোজ গগৈয়ে অবৈধ কয়লাখননত ব্যৱহাৰ কৰা এখন ফকলেণ্ড একাংশ নগা যুৱকে জ্বলাই দিছিল যদিও সমগ্ৰ ঘটনাক লেখাপানী-জাগুন আৰক্ষীয়ে গাপ দিয়ে৷

আনহাতে জিলাখনত ’কা’ বিৰোধী আন্দোলনৰ সময়ত প্ৰযোজ্য থকা সান্ধ্যাইনৰ সময়তো নিশা ডাম্পাৰেৰে চোৰাং কয়লা স্থানীয় ইটা ভাটা আৰু অন্যান্য ক্ষেত্ৰলৈ সৰবৰাহ চলি আছিল বুলি এক সূত্ৰত প্ৰকাশ৷

আজি জব্দ কৰা কয়লাখিনিৰ সৰবৰাহৰ সৈতে জড়িত থকাৰ সংক্ৰান্তত আৰক্ষীয়ে বাতৰি যুগুত কৰা সময়লৈকে কোনো লোকোক আটক কৰা নাই৷

মানস প্রতীম গগৈ

মানস প্রতীম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd