DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাজ্যত এতিয়াও কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ কংগ্ৰেছৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 17, 2019 10:51 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত এতিয়াও পুৰ্ণগতিত কয়লাৰ অবৈধ ব্যৱসায় চলি থকাৰ অভিযোগ আনি ৰাজ্যৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে আজি পুনৰ সৰৱ হৈ উঠে কংগ্ৰেছ দল।

আজি ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োয়ে কয়, ‘দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল বুলি কৈ অহা বিজেপিৰ আমোলত এতিয়া ৰাজ্যৰ সকলো ব্যৱসায়তে চিণ্ডিকেটৰাজ চলি আছে’।

যোৱা আগষ্ট মাহৰ পৰা ট্ৰাকেৰে কয়লা সৰবৰাহ বন্ধ ৰখা হৈছে যদিও এতিয়াও ৫খন থানা অতিক্ৰম কৰি শ শ ট্ৰাকেৰে কয়লাৰ সৰবৰাহ হৈ আহিছে বুলি উল্লেখ কৰি বড়োয়ে ইয়াৰ সৈতে আৰক্ষী প্ৰশাসনো জড়িত থকাৰ অভিযোগ আনে।

তেওঁ কয়, ‘মাত্ৰ এক সপ্তাহৰ ভিতৰত কয়লাৰ বাবে বহুতো গাত খান্দিছে। এই গাত সমূহত যিসকল লোক সোমাই তেওঁলোক আহত হোৱাৰ লগতে কেতিয়াবা মৃত্যুও হয়’।

‘বিজেপিৰ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাই এইবোৰ দেখা নাই নেকি? নে আপুনি পোনপটীয়াকৈ ইয়াৰ লগত জড়িত? যদি নহয় এওঁলোকক সোনকালে গ্ৰেপ্তাৰ কৰক।‘ বড়োৰ দাবী।

দুৰ্গা দাস বড়োয়ে এই সমস্ত ঘটনাৰ এক চি বি আই তদন্তৰ দাবী জনায়। তদুপৰি মুখ্য মন্ত্ৰীক উদ্দেশ্য কৰি তেওঁ কয়, ‘সাংবাদিক, বিৰোধী দলৰ নেতা সকলৰ লগত যদি সাহস আছে মুখ্যমন্ত্ৰী য়ে এটা যৌথ visit ৰাখক’।

বড়োৰ মতে কয়লা চিণ্ডিকেটৰ সৈতে জড়িত থকা বিষ্ণু শৰ্মা, সাগৰ ভূঞা, প্ৰদীপ সিঙ, ৰাধা চেতিয়া, গোবিন্দ প্ৰসাদ, মিন্টু ফুকন, ৰাজু খান আদিকে ১৯ গৰাকী ব্যক্তি বিধায়ক ভাস্কৰ শৰ্মাৰ সোঁহাত।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd