• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বন বিভাগ, প্ৰকৃতিপ্ৰেমীৰ সহযোগত বিশ্বনাথত উদ্ধাৰ প্ৰকাণ্ড চকৰী ফেঁটী

NE NOW NEWS কাজি জেইদুল ইছলাম
বিশ্বনাথ , August 27, 2018 8:11 am

1 min read

চকৰী ফেঁটী উদ্ধাৰ
110
VIEWS
Share on FacebookShare on Twitter

বিশ্বনাথ চাৰিআলিৰ বামগাওঁত দেওবাৰে এটা সাপক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হয়। এটা গাঁতত সাপ এটা প্ৰত্যক্ষ কৰি ৰাইজৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয়।

জানিব পৰা মতে বামগাঁওৰ নিবাসী অৰূপ শৰ্মাই যোৱা কিছু দিনৰ আগতে প্ৰায় ১৫ ফুট দৈঘ্যৰ এটি গাঁত খান্দি ওলিয়াইছিল। কিন্তু শনিবাৰে নিশা গাঁতটোত সাপ এটা আহি আৱদ্ধ হৈ পৰে আৰু তাৰ পিছত দেওবাৰে পুৱা ভাগত গাঁতটোত কাম কৰিবলৈ অহা লোকসকলে সাপটো প্ৰত্যক্ষ কৰে।

পৰৱৰ্তী সময়ত বন বিভাগক খবৰ দিয়াত বন বিভাগৰ লগতে প্ৰকৃতিপ্ৰেমী তথা সৰ্পমানব ৰূপে খ্যাত তেজপুৰৰ সৌৰভ বৰকটকী আহি তাত উপস্থিত হয়। পোন প্ৰথমে সাপটো কিং কোব্ৰা বুলি ধাৰণা কৰা হৈছিল। কিন্তু পূব শোণিতপুৰ বন সংমণ্ডল প্ৰাধিকাৰী সুহাশ কদমৰ তত্বাৱধানত সৌৰভ বৰকটকীৰ সহায়ত সাপটো উদ্ধাৰ কৰাৰ পিছত পোহৰলৈ আহে যে সাপটো চকৰী ফেঁটীহে।

ইপিনে সাপটো উদ্ধাৰৰ পিছতে প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীয়ে মন্তব্য কৰে যে সাপ কেতিয়াও মানুহৰ শত্ৰু হব নোৱাৰে, সাপ বচাওঁক কাৰণ সাপে কীট পতংগ ভক্ষণ কৰি খেতিৰ ক্ষেত্ৰত বহু উপকাৰ কৰে। উদ্ধাৰ কৰা সাপটো পিছত বন বিভাগে লৈ যায়।

Recent News

Screenshot_20210124_172110

কা বাতিলৰ দাবীত উত্তাল প্ৰতিবাদ মাৰ্ঘেৰিটা আছুৰ; আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ

a track

কৃষকৰ ট্ৰেক্টৰ ৰেলীত অনুমতি দিল্লী আৰক্ষীৰ,৩০৮ টা টুইটাৰ একাউণ্টেৰে ৰেলী বিঘ্নিত কৰাৰ চেষ্টা পাকিস্তানৰ

a family_600c1789a132e

এজন লোকৰ ২৭ গৰাকী ঘৈণী, সন্তানৰ সংখ্যা ১৫০! ক’ত?

FB_IMG_1611484341539

“সহায়-The Helping Hand” নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত  ভোগালী উৎসৱস্থলীত চাফাই অভিযান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd