• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ডৰ দ্বাৰা ৮ সহস্ৰাধিক নাৰিকল পুলি বিতৰণ

NE NOW NEWS আনিছুজ জামান
হাউলী , October 1, 2019 4:03 pm

2 min read

coconut plant distributed

নাৰিকল পুলি বিতৰণ

490
VIEWS
Share on FacebookShare on Twitter

বৰপেটা জিলাৰ হাউলিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত নাৰিকল উন্নয়ন বোৰ্ড, গুৱাহাটীৰ উদ্যোগত মুঠ ৮,২২২ টা ওখ জাতৰ নাৰিকলৰ পুলি খেতিয়ক ৰাইজৰ মাজত বিতৰণ কৰা হয়।

বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ কৃষকৰ লগতে “কৃষকৰ আয় দুগুণীকৰণ” আচনিৰ অন্তৰ্গত কুছিয়াঝাৰ গাঁৱৰ মুঠ ৯৩ টা কৃষক পৰিয়ালৰ প্ৰতিটোকে দহটাকৈ মুঠ ৯,৩০ জোপা নাৰিকলৰ পুলি বিতৰণ কৰা হয় ।

এই উপলক্ষে কৃষি বিজ্ঞান কেন্দ্ৰ, বৰপেটাত অনুষ্ঠিত সভাত কেন্দ্ৰৰ বিজ্ঞানীসকলৰ লগতে    নাৰিকল উন্নয়ন বোৰ্ডৰ প্ৰতিনিধিসকলো  উপস্থিত থাকে ।

কৃষি বিজ্ঞান কেন্দ্ৰৰ উদ্যান শস্য বিশেষজ্ঞ লিপিকা নাথে আ্ঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে কেন্দ্ৰৰ কৃষি সম্প্ৰসাৰণ বিশেষজ্ঞ ডঃ চিত্তৰঞ্জন ডেকাই।

ডঃ ডেকাই নাৰিকল উন্নয়ন বোৰ্ডৰ দ্বাৰা কৃষকৰ উন্নতিৰ অৰ্থে লোৱা এনে ধৰণৰ পদক্ষেপৰ শলাগ লয়।

আনহাতে, অনুষ্ঠানত নাৰিকল উন্নয়ন বোৰ্ডৰ উদ্যান শস্য সহায়ক মৃদুল তালুকদাৰে নাৰিকল পুলিৰ ৰাজসাহায্যৰ বিষয়ে আলোচনা কৰে। কাৰিকৰী শিতানত সমল ব্যক্তি উদ্যান শস্য বিশেষজ্ঞা লিপিকা নাথে বিজ্ঞান সন্মতভাৱে নাৰিকল পুলি ৰোপনৰ বিভিন্ন দিশসমূহ সামৰি বক্তৃতা দিয়াৰ লগতে বোৰ্ডে আগবঢ়োৱা নাৰিকল পুলিৰ উপযুক্ত যতনেৰে কৃষক সকলক লাভান্বিত হ’বলৈ পৰামৰ্শ দিয়ে।

নাৰিকল পুলি বিতৰণ অনুষ্ঠানত কৃষি বিজ্ঞান কেন্দ্ৰ,বৰপেটাৰ ভূমি বিজ্ঞান বিশেষজ্ঞ চবিনা আহমেদ আৰু সামুহিক বিজ্ঞান বিশেষজ্ঞা ডঃ স্বপ্না চৌধুৰীও অংশগ্ৰহণ কৰে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd