• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

স্বাস্থ্য বিভাগৰ প্ৰশিক্ষণত ভৰিৰ তলুৱাৰ পৰা অন্তৰ্ধান পকী মজিয়া

দৰঙত আহত নাৰ্চসহ ছগৰাকী স্বাস্থ্যকৰ্মী।

Mayukh Goswami ময়ূখ গোস্বামী
মঙলদৈ , May 16, 2019 8:06 pm

1 min read

Collasped concrete floor injures six health workers in Assam's Darrang

খহি পৰা মজিয়াখন। ছবি-- নৰ্থ ইষ্ট নাও।

2.3k
VIEWS
Share on FacebookShare on Twitter

দৰং জিলা পৰিয়াল কল্যাণ ব্যুৰ’ প্ৰেক্ষাগৃহত স্বাস্থ্য বিভাগৰ এক প্ৰশিক্ষণ চলি থকা অৱস্থাতে হঠাতে ভৰি তলুৱাৰ পৰা পকী মজিয়া নোহোৱা হোৱাৰ ফলত বৃহস্পতিবাৰে আহত হৈছে নাৰ্চকে ধৰি ছগৰাকীকৈ স্বাস্থ্যকৰ্মী।

সৌভাগ্যক্ৰমে ঘটনাটোত কোনো স্বাস্থ্যকৰ্মীয়ে গুৰুতৰভাৱে আঘাত পোৱা নাই।

জিলা অতিৰিক্ত চিকিৎসা আৰু স্বাস্থ্য বিষয়া প্ৰশান্ত গোস্বামীয়ে জনোৱা মতে তেওঁলোকক ইতিমধ্যে চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে।

জানিব পৰা মতে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়তে প্ৰশিক্ষণৰত স্বাস্থ্যকৰ্মীসকলৰ ভৰিৰ পৰা পকী মজিয়াখন খহি পৰে।

প্ৰায় ৩০ বৰ্গফুটজুৰি মজিয়াখন খহি পৰাৰ ফলত ভৱনটোত প্ৰায় ৫ ফুট দ এটা গাঁতৰ সৃষ্টি হৈছে।

স্বাস্থ্যকৰ্মীসকলে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা স্বাস্থ্য বিভাগৰ ছিটা সম্পৰ্কীয় এক দুদিনীয়া প্ৰশিক্ষণ কৰ্মশালাত ভাগ লৈছিল।

Recent News

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

আজিৰ পৰা গোভা দেওৰজাৰ ঐতিহাসিক জোনবিল মেলা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পৰা বাহিৰ অনুভৱী অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজা

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

পুনৰ মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd