DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 1, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home দেশ

১৫ লাখতকৈ অধিক পৰিমাণৰ দুৰ্নীতি হ’লেহে অভিযোগ দিবলৈ আহ্বান জনালে বিজেপিৰ সাংসদে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 28, 2021 6:08 pm
BJP
164
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ দুৰ্নীতিৰ প্ৰসঙ্গক মূল আধাৰ কৰি দুৰ্নীতি শূন্যৰ প্ৰতিশ্ৰুতিৰে দেশৰ শাসনলৈ অহা বিজেপি দলৰ নেতাৰ বাবে ১৫ টকাৰ তলৰ বিত্তীয় খেলিমেলিক দুৰ্নীতিৰ আখ্যা দিয়া নহয়। ১৫ লাখ টকাৰ অধিক পৰিমাণৰ দুৰ্নীতি হ’লেহে সেয়া দুৰ্নীতিৰ শাৰীত ধৰা হ’ব।

এইয়া কোনো অভিযোগ নহয়। খোদ বিজেপিৰ এজন সাংসদেই এই কথা কৈছে। মধ্য প্ৰদেশৰ ৰেৱা লোকসভা সমষ্টিৰ বিজেপি সাংসদ জনাৰ্দন মিশ্ৰাই কয় যে যদি এজন ব্যক্তিৰ বিৰুদ্ধে ১৫ লাখ টকাৰ অধিক পৰিমাণৰ দুৰ্নীতিৰ অভিযোগ উত্থাপিত হয় তেতিয়াহে তেওঁৰ কাষ চাপিব লাগে।

অনলাইনত ভাইৰেল হোৱা এটা ভিডিঅ’ত বিজেপি সাংসদগৰাকীয়ে কোৱা শুনা গৈছে, “যেতিয়া মানুহে এজন চৰপঞ্চৰ ওপৰত দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰে, মই তেওঁলোকক কওঁ যে যদি দুৰ্নীতি ১৫ লাখ টকালৈকে হয় তেন্তে মোৰ ওচৰলৈ আহিব নালাগে। কেৱল তেতিয়াহে আহক যদি দুৰ্নীতি ১৫ লাখ টকাৰ অধিক হয়।”

এখন আলোচনাচক্ৰত ভাষণ দি তেওঁ কয় যে চৰপঞ্চসকলৰ দুৰ্নীতি সম্পৰ্কীয় উদ্বেগৰ সৈতে লোকসকল বৃহৎ সংখ্যাত তেওঁৰ ওচৰলৈ আহে। মিশ্ৰাই কয় যে প্ৰাৰ্থীজনে “নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ প্ৰথম ৭ লাখ টকা, পৰৱৰ্তী নিৰ্বাচনৰ বাবে পৰৱৰ্তী ৭ লাখ টকা আৰু বৰ্ধিত মুদ্ৰাস্ফীতিৰ প্ৰতি লক্ষ্য ৰাখি ১ লাখ টকা ব্যয় কৰে”।

অৰ্থাৎ তেওঁৰ ভাষ্য অনুসৰি নিৰ্বাচনী ব্যয়ৰ ধনৰাশি সংগ্ৰহ কৰিবলৈ ১৫ লাখ টকাৰ দুৰ্নীতি কৰাটো এক প্ৰাসঙ্গিক প্ৰক্ৰিয়া।

Recent News

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

নৃত্যৰ ভিডিঅ’ পোষ্ট কৰাৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ড ইৰাণী দম্পতীক

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

২৩ তম বৰ্ষপূৰ্তি: ৰাজ্যৰ আগশাৰীৰ কেচাঁসোণৰ বিপনী “গামখাৰু”ৰ অসমীয়া গহনাত ৪০% বিশেষ ৰেহাই

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

Union Budget 2023: কেন্দ্ৰীয় বাজেটত স্বাস্থ্য খণ্ডৰ বাবে কি বিশেষ আঁচনি ঘোষণা কৰিলে বিত্ত মন্ত্ৰীয়ে?

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ ১.১ শতাংশহে কৃতকাৰ্য হয়: প্ৰাক্তন মুখ্য সচিব জিষ্ণু বৰুৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd