• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২০২০ চনৰ পৰা নৱম শ্ৰেণীত ঐচ্ছিক বিষয়ৰ তালিকাভুক্ত হ’ব বাণিজ্য; উন্মোচন হ’ল কিতাপ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 28, 2019 9:44 am
book release

একাদশ শ্ৰেণীৰ কিতাপ উন্মোচন

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ শিক্ষানীতিৰ নতুন সংযোজন অনুসৰি ২০২০ চনৰ পৰা  নৱম শ্ৰেণীত ঐচ্ছিক বিষয় হিচাপে বাণিজ্যক সংযোজন কৰা হ’ব।

গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত অসম মাধ্যমিক শিক্ষা পৰিষদে অনুষ্ঠিত কৰা এক অনুষ্ঠানত বাণিজ্যিক বিষয়ৰ ‘এন ইণ্ট্ৰোডাকশ্যন উইথ কমাৰ্চ’ নামৰ পাঠ্যপুথি খন উন্মোচন কৰা হয়।

Apply Now

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চন্দ্ৰ জৈন আৰু শিক্ষামন্ত্ৰীকে ধৰি ভালেকেইগৰাকী শিক্ষা বিষয়া উপস্থিত থাকে।

উক্ত অনুষ্ঠানত ভাষণ প্ৰদান কৰি নৱম দশম মান শ্ৰেণীত আগতে বাণিজ্য শাখা নাথাকছিল বাবে বাণিজ্য শাখাত নাম ভৰ্তি কৰি একাদশ শ্ৰেণীত পঢ়োতে প্ৰায়বোৰ ছাত্ৰ ছাত্ৰীয়ে অসুবিধা ভুগিবলগীয়া হয় বুলি শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই কয়।

এতিয়া হয়তো ছাত্ৰ-ছাত্ৰীসকলে নৱম মান শ্ৰেণীত বাণিজ্য বিষয়টো পঢ়ি আহিলে পিছত ভাল ফল দেখুৱাব পাৰিব বুলিও শিক্ষা মন্ত্ৰীয়ে মত পোষণ কৰে।

‘‘ভাৰত বৰ্ষক আগুৱাই লৈ যাবলৈ হলে আমি নিজৰ শিক্ষা নীতিৰে আগুৱাই নিব লাগিব।  নতুন শিক্ষা নীতি অহা বছৰত হয়তো অৱলম্বন কৰিম। নৱম মানৰ বাবে ঐচ্ছিক বিষয় হিচাপে বাণিজ্য বিষয়টো খুবেই দৰকাৰী আছিল। আগৰ বিশৃংখল বোৰ এতিয়া নাই,’’ ভট্টাচাৰ্য্যই ভাষণ প্ৰসংগত কয়।

আনহাতে, প্ৰণয়ন হ’বলগীয়া দশম শ্ৰেণীৰ বাণিজ্য বিভাগৰ কিতাপ খনো ভাল হ’ব বুলি ভট্টাচাৰ্য্য আশাবাদী বুলি উল্লেখ কৰি একাদশ, দ্বাদশৰ বাণিজ্য বিভাগৰ শিক্ষক সকলে নৱম আৰু দশমৰ ঐচ্ছিক বাণিজ্য বিষয়টো পাঠদান কৰিব পাৰিব বুলি কয়।

তদুপৰি, মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ জৈনে কোনো শিক্ষকে যদি এই বাণিজ্য বিষয়ৰ কিতাপ খন পঢ়াম বুলি ভাবে তেনেহলে তেওঁলোকৰ বাৱে ১৮ নৱেম্বৰৰ পৰা এটা প্ৰশিক্ষণ অনুষ্ঠিত কৰা হ’ব উল্লেখ কৰে।

উল্লেখযোগ্য যে, ধ্ৰুৱ জ্যোতি বৰুৱা , ৰুনুমণি দাস লস্কৰ (কে চি দাস কমাৰ্চ কলেজৰ অধ্যাপক), ৰতিকান্ত দেৱ পাঠক এই তিনি গৰাকী ব্যক্তিয়ে পাঠ্যপুথি খন লিখি উলিয়াইছে বুলি জৈনে জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

ভুৱা লেবেল লগাই ম্যাদ উকলি যোৱা খাদ্য বিক্ৰী! আমাজন আৰু ইনষ্টামাৰ্টৰ প্ৰায় ৩ কোটি টকাৰ সামগ্ৰী জব্দ

September 9, 2026 1:00 pm
হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

হিমন্ত বিশ্ব শৰ্মাৰ কণ্ঠ নকল কৰি প্ৰৱঞ্চনাৰ জাল : আৰক্ষীৰ জালত ধেমাজিৰ উন্নয়ন আয়ুক্ত

September 9, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিৱেশ

September 9, 2026 2:54 pm
আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

আমেৰিকাৰ ভয়ংকৰ প্ৰত্যুত্তৰ : ইৰানৰ পাঁচখন তেলবাহী জাহাজ ধ্বংস, পুনৰ যুদ্ধৰ আশংকাত কঁপিছে মধ্যপ্ৰাচ্য

September 9, 2026 2:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd