• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নৰেন্দ্ৰ মোদী,ৰাহুল গান্ধীৰ ভাষণত নিৰ্বাচনী বিধিভংগৰ অভিযোগৰ উত্তৰ বিচাৰিলে নিৰ্বাচন আয়োগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 25, 2024 6:13 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনী ভাষণত নিয়ম উলংঘা কৰাৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগে বিজেপি আৰু কংগ্ৰেছৰ পৰা জবাব বিচাৰিছে।

বৃহস্পতিবাৰে আয়োগে বিজেপি আৰু কংগ্ৰেছৰ সভাপতি ক্ৰমে জে পি নাড্ডা আৰু মল্লিকাৰ্জুন খৰ্গেলৈ পত্ৰ প্ৰেৰণ কৰে। সোমবাৰে পুৱা ১১ বজাৰ ভিতৰত দলৰ বিবৃতি লিখিতভাৱে আয়োগক দাখিল কৰিবলৈ কোৱা হৈছে। সূত্ৰ অনুসৰি আয়োগে দুয়োগৰাকী নেতাক সোঁৱৰাই দিছে যে নিৰ্বাচনৰ নিয়ম পালনৰ ক্ষেত্ৰত প্ৰথম শাৰীৰ নেতাসকল অধিক দায়বদ্ধ হ’ব লাগে।

প্ৰসংগক্ৰমে কংগ্ৰেছে আয়োগৰ সন্মুখত মোদী আৰু বিজেপিয়ে ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। দুয়োটা দলৰ শীৰ্ষ নেতা দুগৰাকীৰ বিৰুদ্ধে নিয়ম উলংঘা কৰাৰ অভিযোগত আয়োগ কঁপাই তোলাত বিষয়টোৱে নতুন মাত্ৰা লাভ কৰিছে।

Apply Now

যোৱা দেওবাৰে ৰাজস্থানত প্ৰধানমন্ত্ৰীৰ ভাষণক লৈ কংগ্ৰেছে অভিযোগ দাখিল কৰিছে। ৰাজস্থানত অনুষ্ঠিত প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যালঘু বিশেষকৈ মুছলমানৰ মাজত দেশৰ সম্পদ বিতৰণ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছৰ ইস্তাহাৰত এই কথা কোৱা হৈছে। ৰাইজক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কংগ্ৰেছ ক্ষমতালৈ আহিলে সংখ্যাগৰিষ্ঠতা বিপন্ন হ’ব।

চি পি আই এমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও ভাষণত নিয়ম উলংঘা কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। ইয়াৰ উপৰিও চিপিআই আৰু চিপিআই (এমএল)য়েও অভিযোগ দাখিল কৰে।কংগ্ৰেছৰ মতে, দলৰ ইস্তাহাৰত তেনে কোনো কথা নাই। কংগ্ৰেছক লৈ মানুহক বিপথে পৰিচালিত কৰিছে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ ৰাজস্থানৰ ভাষণ সন্দৰ্ভত সোমবাৰে আয়োগক এজাহাৰ দাখিল কৰে কংগ্ৰেছ নেতা অভিষেক মনু সিংভীয়ে।

আনহাতে, তামিলনাডুত ৰাহুলৰ ভাষণক লৈ বিজেপিয়ে ৰাহুলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে। গেৰুৱা শিবিৰৰ অভিযোগ যে ৰাহুলে তেওঁৰ ভাষণত উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজত বিভাজনৰ সৃষ্টি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

এক কৰুণ মৃত্যু, ধাৰাবাহিক অভিযোগ আৰু দীৰ্ঘদিনীয়া প্ৰশ্ন: পুনৰ বিতৰ্কৰ আৱৰ্তত মহাৰাজ পৃথু উৰণীয়া সেতু

July 1, 2026 12:42 pm
গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd