• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা’ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে পুৰণিগুদামত সমন্বয়ৰক্ষী সমিতি গঠন

তৃতীয় পক্ষৰ শক্তিয়ে আন্দোলনক বিপথে পৰিচালিত কৰিব নোৱাৰাৰ বাবে নিয়োগ কৰা হ'ব স্বেচ্ছাসেৱক

NE NOW NEWS ভার্গব হাজৰিকা
পুৰণিগুদাম , December 29, 2019 8:02 pm

1 min read

কা’ৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে পুৰণিগুদামত সমন্বয়ৰক্ষী সমিতি গঠন
584
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব (সংশোধন) আইনৰ বিৰুদ্ধে এক সুস্থ, ঐক্যবদ্ধ, শৃংখলাবদ্ধ, শান্তিপূৰ্ণ, শক্তিশালী গণতান্ত্ৰিক আন্দোলন চলাই নিয়াৰ উদ্দেশ্যৰে নগাঁৱৰ পুৰণিগুদামত স্থানীয় সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ প্ৰতিনিধিবৰ্গ, সচেতন নাগৰিককলৈ এখন সমন্বয়ৰক্ষী সমিতি গঠন কৰা হয়।

শনিবাৰে পুৰণিগুদামৰ ভবেন্দ্ৰনাথ শইকীয়া ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত এখন পৰ্য্যালোচনা সভাত গঠিত উক্ত সমিতিয়ে আইনখনৰ নেতিবাচক দিশবোৰৰ সম্পৰ্কে গাঁৱে-গাঁৱে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব বুলি জানিবলৈ দিয়ে।

ইয়াৰ উপৰি আন্দোলনটোক যাতে কোনো তৃতীয় পক্ষৰ শক্তি বা দুষ্কৃতিকাৰীয়ে ব্যাঘাত জন্মাই বিপথে পৰিচালিত কৰিব নোৱাৰে তাৰ ওপৰত তদাৰক কৰিবৰ বাবে সময়ে-সময়ে সক্ৰিয় স্বেচ্ছাসেৱক নিয়োগ কৰা হ’ব বুলি জানিবলৈ দিয়ে সমিতিৰ নেতৃবৰ্গই।

স্থানীয় সমাজকৰ্মী পূৰ্নানন্দ ভূঞাক সভাপতি, নজবুল হুচেইন, দেৱজিৎ কলিতা আৰু নিলৰঞ্জন শৰ্মাক উপ সভাপতি, দুলেন বৰাক সম্পাদক, নয়ন জ্যোতি গায়ন আৰু দিব্য জ্যোতি হাজৰিকাক যুটীয়া সহকাৰী সম্পাদক হিচাপে লৈ উক্ত ২১জনীয়া সমিতিখন গঠন কৰা হৈছে।

সমন্বয়ৰক্ষী সমিতিখনত প্ৰচাৰৰ দ্বায়িত্ব অৰ্পণ কৰিছে পুৰণিগুদাম প্ৰেছ ক্লাবক।

Recent News

Nipa Ba Final

সাংবাদিকক দুৰ্ব্যৱহাৰ: গুৱাহাটী প্ৰেছ ক্লাবৰ গৰিহনা, দোষীক শাস্তিৰ দাবী

WhatsApp Image 2021-01-17 at 3.11.48 PM

ব্ৰহ্মপুত্ৰ গৱেষণাৰ উদ্দেশ্যে বৰপেটাত কেন্দ্ৰীয় মন্ত্ৰীৰ কন্যা শুভাসিনী শ্বেখাৱট

Image_1610890641781(1)

বৃদ্ধি পাইছে হস্তী-মানুহৰ সংঘাত : বোকাখাতৰ ডিফলু চাহ বাগিচাত হাতীৰ আক্ৰমণত আহত শ্ৰমিক

PETUGAS RAWAT PESAKIT COVID-19

দিল্লীত কোভিডৰ ভেকচিন লৈ অসুস্থ ৫১ জন লোক , এজনৰ অৱস্থা সংকটজনক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd