• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জিম কৰোতে এনে ভুল বোৰ পৰিহাৰ কৰি চলক

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 23, 2022 3:50 pm
147
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ জিম কৰিবলৈ গৈ দেশত কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ মৃত্যু ঘটিছে। ৰাজু শ্ৰীবাস্তৱকে ধৰি আন বহু কেইজন লোকৰ জিম কৰিবলৈ গৈয়েই মৃত্যু ঘটিছে। জিম কৰোতে কৰা কেতবোৰ ভুল এৰাই চলিব পাৰিলে বিপদৰ আশংকা ভালে খিনি কমি যায়।

জিম আৰম্ভ কৰাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা হ’ল যেতিয়া আপুনি অতি সক্ৰিয়ভাৱে জিম কৰা আৰম্ভ কৰিছিল, কিন্তু কেইদিনমান নেৰানেপেৰাকৈ জিম কৰি হঠাত জিম কৰা এৰি দিয়াটো। এনে কৰিলে বিপদৰ আশংকা ভালে খিনি বৃদ্ধি পায়। জিম কৰি থকাসকলে হঠাতে জিম কৰা বন্ধ কৰিব নালাগে বুলি বিশেষজ্ঞসকলে কৈ আহিছে।

জিমত একেদিনাই শৰীৰৰ উন্নতি কৰাৰ দৰে কোনো কথা নাই। কিয়নো আপোনাৰ শৰীৰৰ প্ৰকাৰ, আনুবংশিক বৈশিষ্ট্য, পুষ্টি, বিশ্ৰাম আৰু ব্যায়াম সকলোবোৰ আপোনৰ জীৱন শৈলীৰ ওপৰত নিৰ্ভৰ কৰে । গতিকে সেইবাৰ কাৰকৰ বিষয়ে সজাগ নহৈ অত্যাধিক উৎসাহ আৰু আশাৰে জিম আৰম্ভ কৰাটো সঠিক নহয়। হাৰুকি মুৰাকামি এগৰাকী জাপানী লেখক। বিখ্যাত লেখক। তেওঁ এজন মাৰাথন দৌৰবিদ। প্ৰতিদিনে তেওঁ বহু দূৰ দৌৰিছিল।তেওঁ লিখিছিল “মই এতিয়া দীঘলীয়া দূৰত্ব দৌৰিবলৈ চেষ্টা কৰি থাকো, মই কিমান দ্ৰুতগতিত দৌৰিম সেয়া মোৰ বাবে গুৰুত্বপূৰ্ণ নহয়। যেতিয়া মই সেই দূৰত্ব অতিক্ৰম কৰিবলৈ যাওঁ, মই ধীৰ গতিত গৈছিলো নে দ্ৰুতগতিত গৈছিলো সেই বিষয়ে মই নাভাবো। কেতিয়াবা, যেতিয়া মই বিচাৰো, মই গতি বৃদ্ধি কৰি দ্ৰুতগতিত দৌৰো। তাৰ পিছত মই গতি হ্ৰাস কৰিলোঁ। যেতিয়া মই সম্পূৰ্ণ দুৰ্বল হওঁ তেতিয়া মই কেতিয়াও দৌৰ শেষ নকৰোঁ, মই এটা নিৰ্দিষ্ট ঠাইলৈ যাওঁ লাহে লাহে দৌৰ শেষ কৰোঁ। যাতে পিছদিনা এই জীৱনীশক্তিৰ পৰা ইয়াক পুনৰ আৰম্ভ কৰিব পাৰো। ‘

অৰ্থাৎ মনৰ শক্তিৰে দেহাই নক’লে জিম কৰাও অনুচিৎ। দেহৰ শক্তি অনুসৰিহে জিম কৰিব লাগে। যদি বুকুৰ বিষ বা আন শাৰীৰিক অসুস্থতা থাকে তেন্তে জিম নকৰাই ভাল।

সাধাৰণতে, জিম ৩০ -৫০ মিনিট কৰিব পাৰি। এয়াই যথেষ্ট সময় । সপ্তাহত তিনিৰ পৰা পাঁচ দিন এনেদৰে জিম কৰিব পাৰি। সেয়ে ইয়াতকৈ বেছি সময় জিম কৰা অনুচিৎ।বিশেষজ্ঞসকলৰ মতে, প্ৰতি পেশী গঠনৰ বাবে পাঁচ বা ছয়টা ব্যায়ামেই যথেষ্ট।

বহুতো লোকক ঘণ্টা ধৰি ব্যায়াম কৰা দেখা যায়। ইয়াৰ ফলত লাভতকৈ অধিক লোকচান হয়। অনে কৰিলে শাৰীৰিক আৰু মানসিকভাৱে লোক এজন দুৰ্বল হৈ পৰিব পাৰে। অত্যাধিক জিমে পেশীৰ ক্ষতি কৰিব আৰু দেহৰ কোনো বিকাশ নহ’ব।
গতিকে, প্ৰথমতে, লাহে লাহে জিম কৰা আৰম্ভ কৰক। অত্যাধিক উৎসাহেৰে জিম ৩০-৫০ মিনিটৰ বেছি সময় নকৰিব। ইয়াৰ ফলত কোনো লাভ নহ’ব, বিপদৰ আশংকাহে বৃদ্ধি পাব।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd