• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাম্প্ৰদায়িক প’ষ্টক কেন্দ্ৰ কৰি ডুমডুমাত উত্তেজনা; আৰক্ষীৰ লাঠীচালনা, শূন্যলৈ গুলী

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 6, 2018 5:16 pm
communal-clashes-570x320
511
VIEWS
Share on FacebookShare on Twitter

এটা ফেচবুক প’ষ্টক কেন্দ্ৰ কৰি তিনিচুকীয়া জিলাৰ ডুমডুমা আৰক্ষী থানাৰ অন্তৰ্গত বৰহাপজানত আজি দুটা ফৈদৰ মাজত প্ৰচণ্ড সংঘাতৰ সৃষ্টি হয়।

প্ৰাপ্ত তথ্য মতে আজিজ খান নামৰ এজন যুৱকে ফেচবুকত এটা সাম্প্ৰদায়িক প’ষ্ট দিয়াক লৈ আজি একাংশ লোকে ইয়াৰ বিৰুদ্ধে ডুমডুমাৰ লংছোৱালত ৩৭নং ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছিল ।

সেই সময়তে আজিজৰ প্ৰায় ২০ জনীয়া সমৰ্থকৰ এটা দলে বাইকেৰে আহি ৰাজপথত উদ্ভণ্ডালি চলোৱাৰ লগতে প্ৰতিবাদকাৰী সকলৰ ওপৰত শিলগুটি নিক্ষেপ কৰে। ফলত প্ৰায় ১৫জন লোক আঘাতপ্ৰাপ্ত হয়।

ইয়াৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী মোতায়েন কৰে। কিন্তু পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ আৰু শূন্যলৈ গুলীচালনা কৰে। আৰক্ষীৰ লাঠীচালনাত দুয়োটা পক্ষৰ প্ৰায় ২০ জন লোক কিছুপৰিমাণে আহত হয়।

এই সৰ্ন্দভত হিন্দু যুৱ ছাত্ৰ পৰিষদে অভিযুক্ত আজিজ খান আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে থানাত এজাহাৰ দাখিল কৰিছে। আনহাতে, আজিজ খানে বিতৰ্কিত ফেচবুক প’ষ্টটো ইতিমধ্যে  ডিলিট কৰাৰ লগতে আৰক্ষীৰ পৰা পলাই আছে।

তিনিচুকীয়া জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিয়ে যাতে অধিক সাম্প্ৰদায়িক ৰূপ পাব নোৱাৰে তাৰ বাবে অঞ্চলটোত আৰক্ষী আৰু অৰ্ধসামৰিক লোকক মোতায়েন কৰি ৰখাৰ লগতে জিলাখনত ১৪৪ ধাৰা জাৰি কৰিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd